অম্ল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''অম্ল''' {{En|Acid|লেটিন: acidus/acēre অৰ্থ "টেঙা"ৰ পৰা}} হৈছে একপ্...
 
No edit summary
1 নং শাৰী:
'''অম্ল''' {{En|Acid|[[লেটিন ভাষা|লেটিন]]: acidus/acēre অৰ্থ "টেঙা"ৰ পৰা}} হৈছে একপ্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ। ইয়াৰ দ্ৰৱৰ সোৱাদ টেঙা আৰু ই নীলা লিটমাছ কাগজ ৰঙা কৰে। ই [[ক্ষাৰ]]ৰ লগত বিক্ৰিয়া কৰে আৰু কিছুমান নিৰ্দিষ্ট ধাতুৰ সৈতে বিক্ৰিয়া কৰি [[লৱন]] সৃষ্টি কৰে। অম্ল আৰু ক্ষাৰৰ বিক্ৰিয়াক [[প্ৰশমন বিক্ৰিয়া]] বোলে, ইয়াৰ ফলত সাধাৰণতে [[পানী]] আৰু লৱনৰ সৃষ্টি হয়। জলীয় অম্লৰ pH ৭ তকৈ কম হয়। এটা বা ততোধিক ধনাত্মকভাৱে আহিত [[হাইড্ৰ'জেন]] কেটায়নৰ সৈতে এটা ঋণাত্মকভাৱে আহিত আয়ন (এনায়ন)ৰ বিক্ৰিয়াৰ ফলত অজলীয় অম্লৰ সৃষ্টি হয়। <!--ofpHৰ lessমান thanকম 7.হোৱা Non-aqueousমানে acids[[আম্লিকতা]] areবেচি usually formed when an anion (negative ion) reacts with one or more positively charged hydrogen cations. A lower pH means a higher acidityহোৱা, and thus a higher concentration of positive hydrogen ions in theসেইদৰে solution.দ্ৰৱত Chemicalsধনাত্মক orহাদ্ৰ'জেন substancesআয়নৰ havingঘনত্ব theবেচি propertyহোৱা। ofঅম্লৰ anগুণ acidথকা areৰসায়ন saidবা toপদাৰ্থক be[[আম্লিক]] acidic.বোলে।
 
There are three common definitions for acids: the Arrhenius definition, the Brønsted-Lowry definition, and the Lewis definition. The Arrhenius definition defines acids as substances which increase the concentration of hydrogen ions (H+), or more accurately, hydronium ions (H3O+), when dissolved in water. The Brønsted-Lowry definition is an expansion: an acid is a substance which can act as a proton donor. By this definition, any compound which can easily be deprotonated can be considered an acid. Examples include alcohols and amines which contain O-H or N-H fragments. A Lewis acid is a substance that can accept a pair of electrons to form a covalent bond. Examples of Lewis acids include all metal cations, and electron-deficient molecules such as boron trifluoride and aluminium trichloride.
অম্লৰ তিনিটা সংজ্ঞা আছে: আৰ্হেনিয়াছৰ সংজ্ঞা, ব্ৰ'ণষ্টেড-ল'ৱৰী সংজ্ঞা, আৰু লেৱিছৰ সংজ্ঞা। আৰ্হেনিয়াছৰ সংজ্ঞা অনুহৰি যিবোৰ পদাৰ্থ পানীত দ্ৰৱিভূত হ'লে হাইড্ৰ'জেন আয়ন (H+), বা হাইড্ৰণিয়াম আয়ন (H3O+) বৃদ্ধি হয়, সেইবোৰক অম্ল বোলে। ব্ৰ'ণষ্টেড-ল'ৱৰী সংজ্ঞাটো অলপ ব্যত্তিক্ৰম: প্ৰ'টন দাতা হিচাপে কাৰ্য কৰা পদাৰ্থবোৰেই অম্ল। এই সংজ্ঞা মতে, সহজতে প্ৰ'টন আঁতৰাব পৰা যিকোনো [[ৰাসায়নিক যৌগ|যৌগ]]কে অম্ল বুলিব পৰা যায়, যেনে O-H বা N-H সংযুক্ত [[এলক'হল]] আৰু [[এমিন]]বোৰ। লেৱিছৰ সংজ্ঞামতে এযোৰ [[ইলেক্ট্ৰন]] গ্ৰহণ কৰি [[সহযোজী বান্ধনি]] সৃষ্টি কৰা পদাৰ্থবোৰেই অম্ল। উদাহৰণ স্বৰূপে, সকলো ধাতৱ কেটায়ন, [[বৰণ ট্ৰাইফ্ল'ৰাইড]] আৰু [[এলুমিনিয়াম ট্ৰাইক্ল'ৰাইড]]ৰ দৰে ইলেক্ট্ৰন-অভাৱী অনুবোৰ।
Common examples of acids include hydrochloric acid (a solution of hydrogen chloride which is found in gastric acid in the stomach and activates digestive enzymes), acetic acid (vinegar is a dilute solution of this liquid), sulfuric acid (used in car batteries), and tartaric acid (a solid used in baking). As these examples show, acids can be solutions or pure substances, and can be derived from solids, liquids, or gases. Strong acids and some concentrated weak acids are corrosive, but there are exceptions such as carboranes and boric acid.-->
 
অম্লৰ কিছুমান সাধাৰণ উদাহৰণ হৈছে, হাইড্ৰ'ক্ল'ৰিক এচিড (পাকস্থলীত পাচক উৎসেচকৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা পাচক ৰসত থকা হাইড্ৰ'জেন ক্ল'ৰাইডৰ এটা দ্ৰৱ), এচিটিক এচিড (ইয়াৰ লঘু দ্ৰৱ হৈছে ভিনেগাৰ), ছালফিউৰিক এচিড (গাড়ীৰ বেটেৰীত ব্যৱহৃত), আৰু টাৰটেৰিক এচিড (বেকিং পাউডাৰত থাকে)। গতিকে কব পাৰে যে অম্লবোৰ কঠিন, জুলীয়া নাইবা গেছীয় পদাৰ্থৰ পৰা আহৰণ কৰিব পৰা দ্ৰৱ বা বিশুদ্ধ পদাৰ্থ।<!-- শক্তিশালী আৰু কিছুমান গাঢ় দূৰ্বল অম্ল. Strong acids and some concentrated weak acids are corrosive, but there are exceptions such as carboranes and boric acid.-->
"https://as.wikipedia.org/wiki/অম্ল"ৰ পৰা অনা হৈছে