দিনলিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
দিনলিপি ({{lang-en|Diary}})
হৈছে কোনো ব্যক্তিৰ ব্যক্তিগত টোকাবহী য'ত তেওৰ দৈনিক কাৰ্যাৱলী বিৱৰণ স্থান কাল সৈতে নিজৰ শৈলীত লিখে৷ ব্যক্তিগত দিনলিপিয়ে ব্যক্তি বিশেষৰ অভিজ্ঞতা,অনুভৱ, কোনো ঘটনাৰ ওপৰত বিশেষ ব্যক্তিজনৰ মতামত আদিক প্ৰকাশ কৰে৷ দিনলিপি শব্দটোৱে সৰ্বসাধাৰণতে ব্যক্তিগত দিনলিপিৰ কথাকে বুজায়, যি ব্যক্তিজনৰ ব্যক্তিগত বস্তু৷ দিনলিপি প্ৰকাশৰ উদেশ্যে নহয়,লিখোতাৰ নিজা লাভালাভৰ বাবেহে লিখা হয়৷
==অৰ্থ==
==ইতিহাস==
==প্ৰকাশিত দিনলিপি==
==ইন্টাৰনেট দিনলিপি আৰু ব্লগ==
==তথ্যসূত্ৰ==
==বাহ্যিক সূত্ৰ==
"https://as.wikipedia.org/wiki/দিনলিপি"ৰ পৰা অনা হৈছে