ফলৰ ৰস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সামান্য সালসলনি, চিহ্ন যোগ ইত্যাদি
1 নং শাৰী:
[[Image:Orange juice 1.jpg|thumb|upright|এগিলাচ [[কমলা ৰসটেঙা|কমলাৰ]] ৰস]]
 
'''ফলৰ ৰস''' বা '''জুছ''' বুলিলে বিভিন্ন ফল-মূল আৰু পাচলিত মজুত হৈ থকা প্ৰাকৃতিক জুলীয়া পদাৰ্থ বা ৰসকে বুজা যায়। ফল বা অন্যান্য জৈৱিক উপাদান যেনে মাংস আৰু সাগৰীয় খাদ্যসামগ্ৰীৰ সোৱাদযুক্ত পানীয়কো জুছ বোলা হয়। জুছসমূহ শীতল পানীয় অথবা আন খাদ্যৰ উপকৰণ হিচাপে ব্যৱহৃত হয়। পেষ্টুৰাইজেচন প্ৰণালীৰ আৱিষ্কাৰৰ আগলৈকে জুছ শীতল পানীয় হিচাপে জনপ্ৰিয় হোৱা নাছিল।<ref name="bepress.com">http://works.bepress.com/cgi/viewcontent.cgi?article=1000&context=ryan_ward</ref>
'''ফলৰ ৰস''' মানে ফলত থকা ৰসৰ পৰা উলিওৱা প্ৰাকৃতিক পানীয়৷ ইয়াত অন্য জৈৱিক জুলীয় দ্ৰব্যৰ সৈতে মিহলি কৰা হ'ব পাৰে৷
==প্ৰস্তুতকৰণ==
<ref name="bepress.com">http://works.bepress.com/cgi/viewcontent.cgi?article=1000&context=ryan_ward</ref>
বিভিন্ন ফল বা পাচলি কোনো তাপ প্ৰয়োগ নকৰাকৈ চেপি তাৰ পৰা ৰস উলিওৱা হয়৷<ref>{{cite news|url=http://www.huffingtonpost.com/2013/02/08/juicer-types-cold-press_n_2618000.html |title=Juicer Types: The Difference Between Cold Press Juicers vs. Centrifugal Juice Extractors |publisher=Huffingtonpost.com |date= 2013-02-08|accessdate=2014-08-25}}</ref>উদাহৰণউদাহৰণস্বৰূপে স্বৰূপে,কমলা টেঙাৰ কমলাৰৰস পৰাতৈয়াৰ কৰিবলৈ কমলা ৰস,টেঙা চেপি আপেলৰতাৰ পৰা আপেল৷ৰস উলিয়াই লোৱা হয়। আনহাতে আমৰ ৰস তৈয়াৰ কৰিবলৈ আমটো পিহি পেলোৱাৰ প্ৰয়োজন কিছুহয়। সময়তকেতিয়াবা ইলেক্ট্ৰিকবৈদ্যুতিক জুচাৰ ব্যৱহাৰ কৰিকৰিও ৰস উলিওৱা হয়৷
 
==উৎপাদন==
বিভিন্ন ফল বা পাচলি কোনো তাপ প্ৰয়োগ নকৰাকৈ চেপি তাৰ পৰা ৰস উলিওৱা হয়৷<ref>{{cite news|url=http://www.huffingtonpost.com/2013/02/08/juicer-types-cold-press_n_2618000.html |title=Juicer Types: The Difference Between Cold Press Juicers vs. Centrifugal Juice Extractors |publisher=Huffingtonpost.com |date= 2013-02-08|accessdate=2014-08-25}}</ref>উদাহৰণ স্বৰূপে, কমলাৰ পৰা কমলা ৰস, আপেলৰ পৰা আপেল৷ কিছু সময়ত ইলেক্ট্ৰিক জুচাৰ ব্যৱহাৰ কৰি ৰস উলিওৱা হয়৷
ব্যৱসায়িক উৎপাদনৰ ক্ষেত্ৰত আঁহ আতৰোৱাৰ বিশেষ যতন থাকে ৷ উচ্চ আঁহযুক্ত কমলাৰ ৰসৰ বিশেষ চাহিদা আছে৷
 
 
ফলৰ ৰস উৎপাদনৰপ্ৰস্তুতকৰণৰ বাবে ব্যৱহৃত পদ্ধতি সমূহ হ'ল [[canning|কেনিং]], [[pasteurization|পেষ্টুৰাইজেচন]], [[concentrate|কনচেনট্ৰেট]],<ref>{{cite web|title=Understanding Concentrated Juice|url=http://www.fitday.com/fitness-articles/nutrition/healthy-eating/understanding-concentrate-juice.html}}</ref> [[freezing|শীতলিকৰণ]], [[evaporation|বাষ্পীভৱন]] আৰু [[spray drying|স্প্ৰে ডাইং]].
 
<!--Although processing methods vary between juices, the general processing method of juices includes:<ref name="sspindia.com">{{cite web|url=http://www.sspindia.com/fruit-juice-processing.html|title=Fruit Juice Processing,Fruit Juice Powder Plant,Fruit Juice Processing Plant,Juice Powder Plant|work=sspindia.com|accessdate=7 May 2015}}</ref>
*Washing and sorting
*Juice [[extraction (chemistry)|extraction]]
Line 73 ⟶ 71:
{{portal|Drink}}
* [[Limonana]]
* [[List of juices]]-->
 
== তথ্য সংগ্ৰহ==
== তথ্যসুত্ৰ ==
{{Reflist|30em}}
 
"https://as.wikipedia.org/wiki/ফলৰ_ৰস"ৰ পৰা অনা হৈছে