বিয়েৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
||
3 নং শাৰী:
'''বিয়েৰ''' {{En|Beer}} হৈছে একপ্ৰকাৰৰ নিচাযুক্ত পানীয়। [[শ্বেতসাৰ]] নামৰ এবিধ [[শৰ্কৰা]]ৰ বিদ্যুৎ বিশ্লেষণ কৰি পোৱা চেনীজাতীয় পদাৰ্থৰ [[কিন্বন]]ৰ যোগেদি বিয়েৰ তৈয়াৰ কৰা হয়। শৰ্কৰা বিশ্লেষণৰ [[উৎসেচক]]সমূহ ঘাইকৈ শুষ্ক অৱস্থাত থকা খাদ্যশস্য যেনে বাৰ্লি আৰু ঘেঁহুৰ পৰা আহৰণ কৰা হয়।<ref name="Barth 2014">Barth, Roger. ''The Chemistry of Beer: The Science in the Suds'', Wiley 2013: ISBN 978-1-118-67497-0.</ref> প্ৰায়ভাগ বিয়েৰতে হ’পচ নামৰ এবিধ উদ্ভিদৰ উপকৰণ যোগ কৰা হয়। ই পানীয়বিধ তিতা সোৱাদযুক্ত কৰি তোলাৰ লগতে প্ৰাকৃতিক সংৰক্ষকৰ কাম কৰে। অন্যান্য উদ্ভিদ বা ফলো বিয়েৰৰ উপকৰণ হিচাপে ব্যৱহাৰ কৰা হ’ব পাৰে।<ref>http://beer.about.com/od/commercialbeers/f/fizz.htm</ref>
বিয়েৰ হৈছে বিশ্বত সৰ্বাধিক ব্যৱহৃত নিচাযুক্ত পানীয় <ref>{{cite web |title=Volume of World Beer Production|work=European Beer Guide|url=http://www.europeanbeerguide.net/eustats.htm#production|accessdate=17 October 2006|archiveurl=http://web.archive.org/web/20061028165040/http://www.europeanbeerguide.net/eustats.htm|archivedate=28 October 2006 |deadurl=no}}</ref> আৰু [[পানী]] আৰু [[চাহ]]ৰ পিছতেই বিশ্বত সৰ্বাধিক পৰিমাণে ব্যৱহৃত পানীয়ৰ তালিকাত বিয়েৰৰ স্থান তৃতীয়।<ref name="Nelson 2005">{{cite book |url=http://books.google.com/?id=6xul0O_SI1MC&pg=PA1&dq=most+consumed+beverage|title=The Barbarian's Beverage: A History of Beer in Ancient Europe|year=2005|publisher=Routledge|location=Abingdon, Oxon|isbn=0-415-31121-7|page=1|accessdate=21 September 2010|last= Nelson|first=Max}}</ref> কিছু লোকৰ মতে বিয়েৰ পৃথিৱীৰ আটাইতকৈ পুৰণি
মানৱ সভ্যতাৰ আদিমতম লেখনিসমূহৰ কিছুসংখ্যকত বিয়েৰৰ উৎপাদন আৰু বিতৰণৰ উল্লেখ পোৱা যায়। উদাহৰণস্বৰূপে, ক’ড অফ হামুৰাবিত বিয়েৰ আৰু বিয়েৰ পাৰ্লাৰ বা বিয়েৰৰ দোকানসমূহ নিয়ন্ত্ৰণ কৰা আইনো সন্নিৱিষ্ট কৰা হৈছে।<ref>{{cite web |title=Beer Before Bread|work=Alaska Science Forum #1039, Carla Helfferich|url=http://www.gi.alaska.edu/ScienceForum/ASF10/1039.html|accessdate=13 May 2008|archiveurl=http://web.archive.org/web/20080509121452/http://www.gi.alaska.edu/ScienceForum/ASF10/1039.html|archivedate=9 May 2008 |deadurl=no}}</ref> [[মেচ'পটেমিয়া|মেচ’পটেমিয়ানসকলৰ]] সুৰাৰ অধিষ্ঠাত্ৰী দেৱীৰ প্ৰতি উৎসৰ্গিত নিনকাচি শ্লোকসমূহক অশিক্ষিত লোকসকলে দেৱীৰ স্তুতিৰ লগতে বিয়েৰ তৈয়াৰ কৰাৰ পদ্ধতি মনত ৰাখিবৰ বাবেও ব্যৱহাৰ কৰিছিল।<ref name="Nin-kasi">{{cite web |title=Nin-kasi: Mesopotamian Goddess of Beer|work=Matrifocus 2006, Johanna Stuckey|url=http://www.matrifocus.com/SAM06/spotlight.htm|accessdate=13 May 2008|archiveurl=http://web.archive.org/web/20080524231622/http://www.matrifocus.com/SAM06/spotlight.htm|archivedate=24 May 2008 |deadurl=no}}</ref><ref name="sumer">{{cite book |author=Black, Jeremy A.; Cunningham, Graham; [[Eleanor Robson|Robson, Eleanor]]|title=The literature of ancient Sumer|year=2004|publisher=Oxford University Press|location=Oxford|isbn=0-19-926311-6}}</ref> বৰ্তমান সময়ত বিয়েৰ তৈয়াৰ কৰা উদ্যোগটোৱে সমগ্ৰ বিশ্বতে বিশাল ৰূপ ধাৰণ কৰিছে।
সাধাৰণতে বিয়েৰত ৪%-৬% [[এলক'হল]] থাকে। অৱশ্যে এই পৰিমাণ ০.৫%-২০%লৈকে হ’ব পাৰে। কিছুসংখ্যক উৎপাদনস্থলীত ৪০% বা ততোধিক পৰিমাণৰ এলক'হল থকা বিয়েৰো প্ৰস্তুত কৰা হয়।<ref name="BBC News 2010">{{cite web | title=World's strongest beer reclaimed | website=BBC News | date=2010-02-16 | url=http://news.bbc.co.uk/1/hi/scotland/north_east/8517607.stm | accessdate=2015-08-05}}</ref>
|