চৰাইদেউ জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
54 নং শাৰী:
শিমলুগুৰি জংচন চৰাইদেউ জিলাৰ প্ৰধান ৰেল জংচন।‌ দূৰণিবতীয়া ৰেলসমূহ শিমলুগুৰি জংচনত ৰয়।‌অন্য ষ্টেচনৰ ভিতৰত সোণাৰিৰ ভজো আৰু নামৰূপ ষ্টেচন উল্লেখযোগ্য।‌এই ষ্টেচনত মাত্ৰ ব্ৰহ্মপুত্ৰ মেইল, কামৰূপ এক্সপ্ৰেছ আৰু লিডু- গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলহে ৰয়।
===বায়ু পথ===
মোহনবাৰী বিমানবন্দৰ আৰু ৰৰৈয়া বিমাবন্দৰে চৰাইদেউ জিলাক বায়ুমাৰ্গেৰে সংযোগ কৰিছে।‌ আন্তৰ্জাতিকভাৰতৰ মূখ্য বিমান পৰিবহন সংস্থাসমূহ যেনে জেট এয়াৰৱেজ, জেট কনেক্ট, ইণ্ডিগ', এয়াৰ ইণ্ডিয়াই এই বিমান বন্দৰকেইটালৈ সেৱা আগবঢ়ায়।‌ পৱন হংস নামেৰে চৰকাৰী হেলিকপ্টাৰ সেৱা আছে।‌ চাৰ্টাড বিমানসেৱাও উপলব্ধ।‌আন্তৰ্জাতিক বিমানবন্দৰ ৰূপে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰে সেৱা আগবঢ়াই আহিছে।‌
 
==শিক্ষানুষ্ঠান==