বেংকক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox settlement | name = বেংকক | other_name = খ্ৰুং থেপ মাহা নাখন | native_name...
 
No edit summary
59 নং শাৰী:
| website = {{url|www.bangkok.go.th}}
}}
 
'''বেংকক''' {{En|Bangkok|{{IPAc-en|lang|pron|'|b|æ|ŋ|k|ɒ|k}}<ref>{{cite web|title = Definition of "Bangkok"|url = http://www.collinsdictionary.com/dictionary/english/bangkok|work = Collins English Dictionary (online)|publisher = HarperCollins|accessdate = 26 March 2014}}</ref>}} হৈছে [[থাইলেণ্ড]]ৰ ৰাজধানী তথা আটাইতকৈ জনবহুল চহৰ। [[থাই ভাষা]]ত ইয়াক ''খ্ৰুং থেপ মাহা নাখন'' ({{lang|th|กรุงเทพมหานคร}}, উচ্চাৰণ {{IPA-th|krūŋ tʰêːp mahǎː nákʰɔ̄ːn||Th-Krung Thep Maha Nakhon.ogg}})বা চমুকৈ {{Audio|Th-Krung Thep.ogg|''খ্ৰুং থেপ''}} বুলি কোৱা হয়। এই চহৰখনে মধ্য থাইলেণ্ডৰ চাও ফ্ৰায়া নদীৰ ব-দ্বীপৰ প্ৰায় {{convert|1568.7|km2}} অঞ্চল অধিকাৰ কৰি আছে, আৰু ইয়াৰ জনসংখ্যা প্ৰায় ৮০ কোটিতকৈও অধিক, ই থাইলেণ্ডৰ মুঠ জনসংখ্যাৰ প্ৰায় ১২.৬ শতাংশ। প্ৰায় ১৪০ কোটিতকৈও অধিক লোক (২২.২ শতাংশ) [[বেংকক মহানগৰীয় অঞ্চলৰ]] আশেপাশে বসবাস কৰে, এইবাবে অন্য নগৰীয় অঞ্চলতকৈ ইয়াৰ অধিক গুৰুত্ব পৰিলক্ষিত হয়।
 
বেংকক ১৫শ শতিকাৰ আয়ুত্থা ৰাজ্যৰ এটা সৰু ব্যৱসায় ঘাটী আছিল, ঘটনাক্ৰমে ইয়াৰ আকাৰ বৃদ্ধি হয় আৰু ইয়াতেই দুখনকৈ ৰাজধানী চহৰ: ১৭৬৮ চনত থনবুৰি আৰু ১৭৮২ চনত ৰট্টানাকছিনৰ স্থাপিত হয়। ১৯শ শতিকাত দেশে পশ্চিমীয়া হেঁচাৰ সন্মূখিন হোৱাৰ সময়ত, বোংকক আছিল ছিয়ামৰ অধুনিকীকৰণৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। ই বিংশ শতিকাৰ একনায়কত্ববাদৰ অৱসান ঘটাই সংবিধানিক শাসন প্ৰত্স্থাৰ ৰাজনৈতিক সংঘাতৰো প্ৰধান কেন্দ্ৰ আছিল। ১৯৬০ৰ পৰা ১৯৮০ দশকৰ ভিতৰত নগৰখনৰ দ্ৰুত বিকাশ আৰম্ভ হয় আৰু আজি ই থাইলেণ্ডৰ ৰাজনীতি, অৰ্থনীতি, শ্ক্ষা, সংস্কৃতি তথা আধ্নিক সমাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
"https://as.wikipedia.org/wiki/বেংকক"ৰ পৰা অনা হৈছে