ইষ্টানবুল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox Settlement | official_name = ইষ্টানবুল | settlement_type = | established_title = প্ৰতিষ্ঠাকাল | established...
 
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
4 নং শাৰী:
| established_title = প্ৰতিষ্ঠাকাল
| established_date =খ্ৰীষ্টপূৰ্ব ৬৬৭
| established_title1 = [[উসমানীয়]]উচমানীয় সাম্ৰাজ্যৰ সময়
| established_date1 = ১৪৫৩
| established_title2 =[[তুৰ্কী]] প্রতিষ্ঠাৰ পিছত
| established_date2 = ১৯২৩ চনত [[কন্সটান্টিনোপল]]ককন্সটান্টিনোপলক ইষ্টানবুল নামকৰন কৰা হয়
| timezone = ইইটি
| utc_offset = +২
67 নং শাৰী:
}}
[[চিত্র:Panoramic view of Constantinople-1876-6a23331r.jpg|thumb|350px|১৮৭৬ চনৰ ইষ্টানবুল]]
'''ইষ্টানবুল''' (তুৰ্কী ভাষা: İstanbul ''ইষ্টান্‌বুল্‌'') [[তুৰ্কী]]ৰ অন্যতম প্রধান নগৰ। ইয়াৰ পুৰণি নাম কন্সটান্টিনোপল। ইয়াৰোপৰি ই বাইজান্টিয়াম নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়। ইষ্টানবুল তুৰ্কীৰ সংস্কৃতি আৰু অৰ্থনীতিৰ কেন্দ্ৰস্থল। ১৯২৩ চন পৰ্যন্ত ই তুৰ্কীৰ ৰাজধানী আছিল । ইষ্টানবুল তুৰ্কীৰ বৃহত্তম নগৰ যাৰ জনসংখ্যা ১২.৮ মিলিয়ন। ইয়াৰ আয়তন ৫.৩৪৩ বৰ্গ কিলোমিটাৰ (২,০৬৩বৰ্গ মাইল) । ইষ্টানবুল এক আন্তৰ্মহাদেশীয় নগৰ। নগৰ খনৰ এক তৃতীয়াংশ জনসংখ্যা [[এছিয়া]]ত বসৱাস কৰিলেও ই [[ইউৰোপ]]ৰ বাণিজ্যিক আৰু ঐতিহাসিক কেন্দ্র।
"https://as.wikipedia.org/wiki/ইষ্টানবুল"ৰ পৰা অনা হৈছে