ইষ্টানবুল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
69 নং শাৰী:
'''ইষ্টানবুল''' (তুৰ্কী ভাষা: İstanbul ''ইষ্টান্‌বুল্‌'') [[তুৰ্কী]]ৰ অন্যতম প্রধান নগৰ। ইয়াৰ পুৰণি নাম ''কন্সটান্টিনোপল''। ইয়াৰোপৰি ই ''বাইজান্টিয়াম'' নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়। ইষ্টানবুল তুৰ্কীৰ সংস্কৃতি আৰু অৰ্থনীতিৰ কেন্দ্ৰস্থল। ১৯২৩ চন পৰ্যন্ত ই তুৰ্কীৰ ৰাজধানী আছিল । ইষ্টানবুল তুৰ্কীৰ বৃহত্তম নগৰ যাৰ জনসংখ্যা ১২.৮ মিলিয়ন। ইয়াৰ আয়তন ৫.৩৪৩ বৰ্গ কিলোমিটাৰ (২,০৬৩বৰ্গ মাইল) । ইষ্টানবুল এক আন্তৰ্মহাদেশীয় নগৰ। নগৰ খনৰ এক তৃতীয়াংশ জনসংখ্যা [[এছিয়া]]ত বসৱাস কৰিলেও ই [[ইউৰোপ]]ৰ বাণিজ্যিক আৰু ঐতিহাসিক কেন্দ্র।
[[File:Rome-Capitole-StatueConstantin.jpg|left|thumb|upright|[[Constantine I]]]]
= জনসংখ্যা =
ইষ্টানবুলৰ জনসংখ্যা ১৯৮০ৰ পৰা ২০০৫লৈ এই ২৫ বছৰৰ ভিতৰত তিনি গুণে বৃদ্ধি হৈছে । অনুমানিক ৭০%তকৈ বেছি ইষ্টানবুলৰ নাগৰিক ইউৰোপত আৰু বাকী ৩০ শতাংশ এছিয়াত বাসৱাস কৰে।
 
{| Class = "wikitable"
! চন
! জনসংখ্যা
|-
| ৩৩০ || ৪০,০০০ ||
|-
| ৪৪০ || ৫,০০,০০০||
|-
| ৫৩০ || ৫,৫০,০০০ ||
|-
| ৫৪৫|| ৩,৫০,০০০ ||
|-
| ৭১৫|| ৩,০০,০০০||
|-
| ৯৫০|| ৪,০০,০০০ ||
|-
| ১২০০ || ১৫০,০০০||
|-
| ১৪৫৩ || ৩৬,০০০||
|-
| ১৪৭৭ || ৭৫,০০০ ||
|-
| ১৫৬৬ || ৬০০,০০০ ||
|-
| ১৮১৭ || ৫০০,০০০ ||
|-
| ১৮৬০ || ৭১৫,০০০||
|-
| ১৮৮৫ || ৮৭৩,৫৭০||
|-
| ১৮৯০ || ৮৪০,০০০ ||
|-
| ১৮৯৭ || ১,০৫৯,০০০||
|-
| ১৯০১|| ৯৪২,৯০০ ||
|-
| ১৯১৪ || ৯০৯,৯৭৮||
|-
| অক্টোবৰ ১৯২৭||৬৮০,৮৫৭||
|-
| অক্টোবৰ ১৯৩৫|| ৭৪১,১৪৮ ||
|-
| অক্টোবৰ ১৯৪০|| ৭৯৩,৯৪৯ ||
|-
| অক্টোবৰ ১৯৪৫|| ৮৬০,৫৫৮ ||
|-
| অক্টোবৰ ১৯৫০ || ৯৮৩,০৪১ ||
|-
| অক্টোবৰ ১৯৫৫ || ১,২৬৮,৭৭১||
|-
| অক্টোবৰ ১৯৬০|| | ১,৪৩৬,৫৩৫ ||
|-
| অক্টোবৰ ১৯৬৫ || ১,৭৪২,৯৭৮ ||
|-
| অক্টোবৰ ১৯৭০ || ২,১৩২,৪০৭ ||
|-
| অক্টোবৰ ১৯৭৫ || ২,৫৪৭,৩৬৪||
|-
| অক্টোবৰ ১৯৮০|| ২,৭৭২,৭০৮ ||
|-
| অক্টোবৰ ১৯৮৫|| ৫,৪৭৫,৯৮২ ||
|-
| অক্টোবৰ ১৯৯০|| ৬,৬২০,২৪০||
|-
| নবেম্বৰ ১৯৯৭ || ৮,২৬০,৪৩৭ ||
|-
| অক্টোবৰ ২০০০ || ৮,৮০৩,৪৬০ ||
|-
| জানুৱাৰী ২০০৫|| ৯,৭৯৭,৫৩৬ ||
|-
| জানুৱাৰী ২০০৬ || ১০,০৩৪,৮৩০ ||
|}
"https://as.wikipedia.org/wiki/ইষ্টানবুল"ৰ পৰা অনা হৈছে