ছিংগাপুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল এপ্‌ সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল এপ্‌ সম্পাদনা
59 নং শাৰী:
}}
'''ছিংগাপুৰ''' হল [[দক্ষিণ-পূব এছিয়া]]ৰ এক দ্বীপ ৰাষ্ট্ৰ। দেশখন মালয় উপদ্বীপৰ নিকটত অবস্থিত। ইয়াৰ আনুষ্ঠানিক নাম '''ছিংগাপুৰ প্ৰজাতন্ত্ৰ''' ({{lang-ms|Republik Singapura}} ''ৰেপুব্লিক্‌ ছিংগাপুৰা''; {{lang-en|Republic of Singapore}} ''ৰিপাব্লিক্‌ অফ্‌ ছিংগাপুৰ্''; {{lang-zh|新加坡共和国}} ''চিঞ্চিয়াপু গংহেগুঅ''; {{lang-ta|சிங்கப்பூர் குடியரசு}} ''চিঙ্কাপ্পূৰ্ কুদিয়াৰাচু'')।
=নামাকৰন =
"ছিংগাপুৰ" নামটো আহিছে মালয় ভাষাৰ Singapura ''ছিংগাপুৰা''ৰ পৰা । ''ছিংগাপুৰা'' শব্দটি আহিছে [[সংস্কৃত]]ৰ सिंहपुर পৰা যাৰ অসমীয়া অনুবাদ ''সিংহপুৰ''।
"https://as.wikipedia.org/wiki/ছিংগাপুৰ"ৰ পৰা অনা হৈছে