ছিংগাপুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল এপ্‌ সম্পাদনা
77 নং শাৰী:
{{bar percent| অন্যান্য|purple|0.6}}}}
{{-}}
 
=জলবায়ু=
ছিংগাপুৰ বিষুৱৰেখাৰ মাত্র ১ ডিগ্রী উত্তৰত অৱস্থিত বাবে ইয়াৰ জলবায়ু নিৰক্ষীয় প্ৰকৃতিৰ।
 
= অৰ্থনীতি =
Line 82 ⟶ 85:
 
১৯৬৫ চনত অৰ্থাৎ স্বাধীনতা লাভৰ বছৰত এই দেশেৰ জনমুৰি আয় আছিল ৫১৬ মাৰ্কিন ডলাৰ । এই ৫১৬ ইউ.এচ. ডলাৰ আছিল তেতিয়া পূব এছিয়াৰ মাজত তৃতীয় সবোচ্চ । স্বাধীনতাৰ পিছত ইউৰোপৰ পৰা বিনিয়োগ আহাৰ মাধ্যমত ছিংগাপুৰৰ অৰ্থনীতি ধীৰে ধীৰে শক্তিশালী হোৱা আৰম্ভ হয় । আশীৰ দশকৰ মাজত এই দেশে উন্নত ৰাষ্ট্ৰৰ মৰ্যদা লাভ কৰে । <ref name=tem1 /><ref>{{cite report|url=http://www.sgx.com/wps/portal/sgxweb/home/marketinfo/market_statistics|title=Statistical Report, March 2014|publisher=Singapore Exchange}}</ref><ref>http://www.pmo.gov.sg/content/pmosite/mediacentre/speechesninterviews/primeminister/2009/May/speeches_by_primeministerleehsienloongandmalaysianprimeministern.html#.VDvFfPmSxXY</ref><ref>http://www.singstat.gov.sg/statistics/visualising_data/visualiser/trade/trade.html</ref>
=জনসংখ্যা =
ছিংগাপুৰৰ জনসংখ্যা প্ৰায় পাঁচ মিলিয়ন ।
=পৰ্যটন =
[[চিত্র:View of Marina Bay Sands from Marina Boulevard, Singapore - 20140401.jpg|thumb|ছিংগাপুৰ নগৰ]]
পৰ্যটন ছিংগাপুৰৰ অন্যতম প্রধান শিল্প আৰু ই দেশখনৰ অৰ্থনীতিত ব্যাপক অৱদান আগবঢ়াইছে । প্ৰতি বছৰ কেইবা মিলিয়ন পৰ্যটকে ছিংগাপুৰ ভ্ৰমন কৰে।
"https://as.wikipedia.org/wiki/ছিংগাপুৰ"ৰ পৰা অনা হৈছে