ছিংগাপুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল এপ্‌ সম্পাদনা
টেগ্‌: ম'বাইল এপ্‌ সম্পাদনা
84 নং শাৰী:
১৯৬৫ চনত স্বাধীনতা লাভৰ পূর্বে ছিংগাপুৰ ব্ৰিটিছৰ অধীনত এক 'ক্ৰাউন কলনী ' আছিল । <ref name="Bureau of Economic and Business Affairs">{{cite web |url=http://www.state.gov/e/eb/rls/othr/ics/2012/191233.htm |title=2012 Investment Climate Statement – Singapore |author=Bureau of Economic and Business Affairs |date=June 2012 |publisher=United States Department of State |accessdate=10 March 2014}}</ref> এই দ্বীপ পূব এছিয়াত ব্ৰিটিছ নৌবাহিনীৰ প্রধান ঘাটি আছিল । ব্ৰিটিছ নৌবাহিনীৰ প্রধান ঘাটি থাকাৰ কাৰণে ছিংগাপুৰক ' জিবৰালটাৰ অফ দা ইষ্ট ' বোলা হৈছিল ।<ref>{{cite web|url=http://www.treasury.gov.au/PublicationsAndMedia/Publications/2012/Economic-Roundup-Issue-4/HTML/article3|title=The familiar pattern of Chinese consumption growth|publisher=|accessdate=4 March 2015}}</ref> ১৮৬৯ চনত চুয়েজ খাল খোলাৰ পিছত ইউৰোপ আৰু এছিয়ার মাজত সমুদ্ৰ বাণিজ্য বৃদ্ধি পায় , ঠিক তেতিয়াই ছিংগাপুৰক বিশ্বৰ প্রধান সমুদ্ৰ বন্দৰ হিচাপে ব্যবহাৰ কৰা আৰম্ভ হয় । <ref>{{cite web|url=http://www.mti.gov.sg/ResearchRoom/SiteAssets/Pages/Economic-Survey-of-Singapore-2012/FullReport_AES2012.pdf}}</ref>
 
১৯৬৫ চনত অৰ্থাৎ স্বাধীনতা লাভৰ বছৰত এই দেশেৰ জনমুৰি আয় আছিল ৫১৬ মাৰ্কিন ডলাৰ । এই ৫১৬ ইউ.এচ. ডলাৰ আছিল তেতিয়া পূব এছিয়াৰ মাজত তৃতীয় সবোচ্চ । স্বাধীনতাৰ পিছত ইউৰোপৰ পৰা বিনিয়োগ আহাৰ মাধ্যমত ছিংগাপুৰৰ অৰ্থনীতি ধীৰে ধীৰে শক্তিশালী হোৱা আৰম্ভ হয় । আশীৰ দশকৰ মাজত এই দেশে উন্নত ৰাষ্ট্ৰৰ মৰ্যদা লাভ কৰে । <ref name=tem1 /><ref>{{cite report|url=http://www.sgx.com/wps/portal/sgxweb/home/marketinfo/market_statistics|title=Statistical Report, March 2014|publisher=Singapore Exchange}}</ref><ref>http://www.pmo.gov.sg/content/pmosite/mediacentre/speechesninterviews/primeminister/2009/May/speeches_by_primeministerleehsienloongandmalaysianprimeministern.html#.VDvFfPmSxXY</ref><ref>http://www.singstat.gov.sg/statistics/visualising_data/visualiser/trade/trade.html</ref>
 
=জনসংখ্যা =
ছিংগাপুৰৰ জনসংখ্যা প্ৰায় পাঁচ মিলিয়ন ।
"https://as.wikipedia.org/wiki/ছিংগাপুৰ"ৰ পৰা অনা হৈছে