ছিংগাপুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল এপ্‌ সম্পাদনা
টেগ্‌: ম'বাইল এপ্‌ সম্পাদনা
93 নং শাৰী:
=== নৈশ সাফাৰী ===
ছিংগাপুৰ চিৰিয়াখানা, পৃথিৱীৰ প্ৰথম আৰু একমাত্ৰ নৈশ সাফাৰী<ref>[http://www-singapore.com/attractions/index.html সিঙ্গাপুর ডট কম]</ref>। নৈশ সাফাৰীত গভীৰ ৰাতি জংঘলৰ ভিতৰৰ নানান পশু-পক্ষীৰ মাজেৰে গাড়ীৰে পৰ্যটকসকলে বিচৰণ কৰে।
=== মাৰলায়ন পাৰ্ক ===
মাৰলিন বা সিংহ-মৎস হৈছে ছিংগাপুৰীৰ গৌৰৱৰ প্ৰতীক, বীৰত্বৰ প্ৰতীক। কথিত আছে যে বহু পুর্বে ছিংগাপুৰ যেতিয়া তেমাচেক বা সমূদ্রনগৰী নামে পৰিচিত আছিল তেতিয়া প্ৰচণ্ড এক সামূদ্রিক প্ৰাণী দ্বীপলৈ উঠি আহিছিল । অধিবাসীসকলেট তেতিয়া নিজকে ঈশ্বৰৰ হাতত অৰ্পণ কৰিছিল । তেতিয়াই সমুদ্ৰৰ পৰা সিংহ-মৎস আকৃতিৰ এক জন্তু আহি সেই প্ৰাণীৰ বিৰুদ্ধে যুদ্ধ কৰি অধিবাসীহঁতক উদ্ধাৰ কৰিছিল । মাৰলিনৰ মুৰ্তি মেৰিনা বে-এৰ মাৰলায়ন পাৰ্কত অৱস্থিত।
"https://as.wikipedia.org/wiki/ছিংগাপুৰ"ৰ পৰা অনা হৈছে