ছিংগাপুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল এপ্‌ সম্পাদনা
টেগ্‌: ম'বাইল এপ্‌ সম্পাদনা
105 নং শাৰী:
মাৰলিন বা সিংহ-মৎস হৈছে ছিংগাপুৰীৰ গৌৰৱৰ প্ৰতীক, বীৰত্বৰ প্ৰতীক। কথিত আছে যে বহু পুর্বে ছিংগাপুৰ যেতিয়া তেমাচেক বা সমূদ্রনগৰী নামে পৰিচিত আছিল তেতিয়া প্ৰচণ্ড এক সামূদ্রিক প্ৰাণী দ্বীপলৈ উঠি আহিছিল । অধিবাসীসকলেট তেতিয়া নিজকে ঈশ্বৰৰ হাতত অৰ্পণ কৰিছিল । তেতিয়াই সমুদ্ৰৰ পৰা সিংহ-মৎস আকৃতিৰ এক জন্তু আহি সেই প্ৰাণীৰ বিৰুদ্ধে যুদ্ধ কৰি অধিবাসীহঁতক উদ্ধাৰ কৰিছিল । মাৰলিনৰ মুৰ্তি মেৰিনা বে-এৰ মাৰলায়ন পাৰ্কত অৱস্থিত।
[[চিত্র:Terrace of Marina Bay Sands, Singapore.jpg|thumb|ছিংগাপুৰৰ মেৰিনা বেৰ চাদ]]
=তথ্য সংগ্ৰহ=
{{Reflist}}
 
=== চেন্টোচা আইলেণ্ড===
"https://as.wikipedia.org/wiki/ছিংগাপুৰ"ৰ পৰা অনা হৈছে