ফেইচবুক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Removing "Facebook_new_offices_in_Argentina.jpg", it has been deleted from Commons by Odder because: per c:Commons:Deletion requests/File:Facebook new offices in Argentina.jpg.
No edit summary
39 নং শাৰী:
| caption = ফেচবুকৰ বৰ্তমান লগ-ইন স্ক্ৰীনৰ চিত্ৰ
}}
'''ফেচবুক''' ({{lang-en|[[:en:Facebook|Facebook]]}}) এক [[চচিয়েল নেটৱৰ্কিং]] সেৱা আৰু [[ৱেবচাইট]]। ইয়াক ''[[ফেচবুক ইনকৰ্পৰেটেড]]''<ref name="Growth">{{Cite news |accessdate =December 19, 2008 |url=http://venturebeat.com/2008/12/18/2008-growth-puts-facebook-in-better-position-to-make-money/ |title=2008 Growth Puts Facebook In Better Position to Make Money |work=VentureBeat |location =San Francisco |date=December 18, 2008 |author=Eldon, Eric}}</ref> নামৰ ব্যক্তিগত কোম্পানিয়ে ২০০৪ চনত [[ইন্টাৰনেট]]ৰ জৰিয়তে প্ৰচলন কৰিছিল। জুলাই ২০১৩ৰ তথ্য অনুসৰি ১.১৫ বিলিয়নৰো (১১৫ কোটি) অধিক ব্যবহাৰকাৰীয়েব্যৱহাৰকাৰীয়ে সক্ৰিয়ভাবে ফেচবুক ব্যবহাৰব্যৱহাৰ কৰে<ref name="latimesblogs.latimes.com">{{Cite news|url=http://latimesblogs.latimes.com/technology/2011/09/facebook-f8-media-features.html | work=[[LA Times]] | title=Facebook F8: Redesigning and hitting 800 million users | date=September 22, 2011 | accessdate= September 24, 2011}}</ref>। ইয়াক ব্যবহাৰব্যৱহাৰ কৰিবলৈ সদস্যভুক্ত হোৱা প্ৰয়োজন, ৱেবচাইটটোত এটা বিনামূলীয়া একাউন্ট খুলি ল'ব লাগে। সদস্য সকলে ইয়াত নিজৰ "প্ৰফাইল"ত নিজৰ নাম-ঠিকনা, শিক্ষাগত অৰ্হতা, চাকৰি বা পেচা আদি (ঐচ্ছিকভাবে) প্ৰকাশ কৰাৰ উপৰিও 'ন'টচ' (ফেচবুকৰ সীমিত সুবিধা থকা ব্যক্তিগত 'ব্লগ'), তড়িৎ যোগাযোগ বা "মেচেজিং", যুটীয়াভাবে ব্যবহাৰব্যৱহাৰ কৰিব পৰা আলোচনা সমাজ বা ফেচবুক গ্ৰুপ, ফটো প্ৰকাশ বা ষ্ট'ৰ কৰিব পৰা আদি বিভিন্ন (বিনামূলীয়া) সেৱা লাভ কৰে। শেহতিয়াকৈ ইয়াত 'ফেচবুক পেজ' বুলি গ্ৰুপৰ নিচিনাই সা-সুবিধা থকা বিনামূলীয়া ৱেবচাইট সেৱা, প্ৰগ্ৰেমাৰ সকলে প্ৰগ্ৰেমিঙৰ সহায়ত ইয়াৰ সেৱাসমূহ যেনে লগ-ইন, 'টিকাৰ', 'ৱাল' আদি সুবিধাক ব্যবহাৰব্যৱহাৰ কৰিব পৰাকৈ ইয়াৰ 'গ্ৰাফ' 'এ পি আই' (API = Application Programming Interface) আদি সংযোগ কৰা হৈছে। [[আমেৰিকা]]ৰ কিছুমান বিশ্ববিদ্যালয়ত নবাগত সকলে ইজনে সিজনক চিনি পোৱাত সহায় হ'বলৈ 'ফেচবুক' বুলি এটা নিজা ইন্টাৰনেট "ডাইৰেক্টৰী চাৰ্ভিচ" (ৱেবচাইট) ব্যবহাৰব্যৱহাৰ কৰি তেওঁলোকৰ বিতং তথ্য প্ৰকাশ কৰাৰ ব্যবস্থাব্যৱস্থা কৰে। ইয়াৰ পৰাই ফেচবুক নামটো লোৱা হৈছে<ref>{{cite web|url=https://www.facebook.com/help/parents|title=Information For Parents and Educators|accessdate=2011-11-22}}</ref>।
 
ফেচবুকৰ স্থাপন কৰ্তা হৈছে [[মাৰ্ক যুকাৰবাৰ্গ]] আৰু তেওঁৰ সহপাঠী [[এডুৱাৰ্ড' চাভেৰিন]], [[ডাষ্টিন মস্কভাইট]] আৰু [[ক্ৰিছ হিউজেছ]]<ref>{{Cite news|url=http://www.businessinsider.com/how-facebook-was-founded-2010-3#we-can-talk-about-that-after-i-get-all-the-basic-functionality-up-tomorrow-night-1|title=At Last&nbsp;– The Full Story Of How Facebook Was Founded |work=Business Insider |first=Nicholas |last=Carlson |date=March 5, 2010}}</ref>।
"https://as.wikipedia.org/wiki/ফেইচবুক"ৰ পৰা অনা হৈছে