দেৰাডুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সংযোজন
6 নং শাৰী:
পৰ্যটন ক্ষেত্ৰ হিচাপে টাপকেশ্বৰ মন্দিৰ, মালচি হৰিন পাৰ্ক, চেন্টেল ব্ৰেইল প্ৰেচ, ৱাদিয়া হিমালয়ান ভূ - তত্ব প্ৰতিষ্ঠান, মচুৰি আদি বিখ্যাত।
ক্ৰীয়া প্ৰৰ্যটন হিচাপে মহাৰানা প্ৰতাপ ক্ৰীয়া কমপ্লেক্স ভাৰতৰ প্ৰথমটো বৰফত খেলা ষ্টেডিয়াম আছে।
 
== যাতায়ত ==
বিমান, ৰেল আৰু বাছ এই তিনিও ধৰনৰ যাতায়তৰ সূ-ব্যৱস্থা আছে।
এয়াৰ ইন্ডিয়া, স্পাইচ জেট আৰু জেট এয়াৰৱেজে নিয়মিয়া যাাত্ৰা কৰে।
দেৰাডুনত ৰেলৱে ষ্টেচন খনেই হল উত্তৰাখণ্ডৰ শেষ ৰেল ষ্টেচন। এই ৰেল ষ্টেচনৰ পৰা নিয়মিত ভাবে দিল্লী, মুম্বাই কলিকতা, লক্ষ্ণৌ, তিৰুবন্থপুৰম, ভদোদৰা আৰু ৱাৰানসি লৈ নিক্ষমিত ভাবে ৰেল চলাচল কৰে। তাৰোপৰি দিল্লী আৰু দেৰাডুনৰ মাজত জন শতাব্দী এক্সপ্ৰেচ আৰু কেইবাখনো দ্ৰুতবেগী ৰেল চলাচল কৰে।
 
== সংস্কৃতি ==
দেৰাডুন অঞ্চলখন গৰহাল ক্ষেত্ৰত পৰা বাবে গৰহাল সংস্কৃতিৰ প্ৰভাৱ বেছি।
"https://as.wikipedia.org/wiki/দেৰাডুন"ৰ পৰা অনা হৈছে