বেংকক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
||
63 নং শাৰী:
}}
'''বেংকক''' {{En|Bangkok|{{IPAc-en|lang|pron|'|b|æ|ŋ|k|ɒ|k}}<ref>{{cite web|title = Definition of "Bangkok"|url = http://www.collinsdictionary.com/dictionary/english/bangkok|work = Collins English Dictionary (online)|publisher = HarperCollins|accessdate = 26 March 2014}}</ref>}} হৈছে [[থাইলেণ্ড]]ৰ ৰাজধানী তথা আটাইতকৈ জনবহুল চহৰ। [[থাই ভাষা]]ত ইয়াক ''খ্ৰুং থেপ মহা নাশন'' ({{lang|th|กรุงเทพมหานคร}}, উচ্চাৰণ {{IPA-th|krūŋ tʰêːp mahǎː nákʰɔ̄ːn||Th-Krung Thep Maha Nakhon.ogg}})বা চমুকৈ {{Audio|Th-Krung Thep.ogg|''খ্ৰুং থেপ''}} বুলি কোৱা হয়। এই চহৰখনে মধ্য থাইলেণ্ডৰ চাও ফ্ৰায়া নদীৰ ব-দ্বীপৰ প্ৰায় {{convert|1568.7|km2}} অঞ্চল অধিকাৰ কৰি আছে, আৰু ইয়াৰ জনসংখ্যা প্ৰায় ৮০ লাখতকৈও অধিক, ই থাইলেণ্ডৰ মুঠ জনসংখ্যাৰ প্ৰায় ১২.৬ শতাংশ। প্ৰায়
বেংকক ১৫শ শতিকাৰ আয়ুত্থা ৰাজ্যৰ এটা সৰু ব্যৱসায় ঘাটী আছিল, ঘটনাক্ৰমে ইয়াৰ আকাৰ বৃদ্ধি হয় আৰু ইয়াতেই দুখনকৈ ৰাজধানী চহৰ: ১৭৬৮ চনত থনবুৰি আৰু ১৭৮২ চনত ৰট্টানাকছিনৰ স্থাপিত হয়। ১৯শ শতিকাত দেশে পশ্চিমীয়া হেঁচাৰ সন্মূখীন হোৱাৰ সময়ত, বেংকক আছিল ছিয়ামৰ আধুনিকীকৰণৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। ই বিংশ শতিকাৰ একনায়কত্ববাদৰ অৱসান ঘটাই সংবিধানিক শাসন প্ৰতিস্থাৰ ৰাজনৈতিক সংঘাতৰো প্ৰধান কেন্দ্ৰ আছিল। ১৯৬০ৰ পৰা ১৯৮০ দশকৰ ভিতৰত নগৰখনৰ দ্ৰুত বিকাশ আৰম্ভ হয় আৰু আজি ই থাইলেণ্ডৰ ৰাজনীতি, অৰ্থনীতি, শিক্ষা, সংস্কৃতি তথা আধুনিক সমাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
|