পালেং শাক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
14 নং শাৰী:
|binomial_authority = [[Carolus Linnaeus|L.]]
}}
'''পালেং শাক''' (''Spinacia oleracea'') এমাৰান্থেচি পৰিয়ালভুক্ত এক প্ৰকাৰৰ সপুষ্পক উদ্ভিদ আৰু জনপ্ৰিয় শাক । ইয়াৰ আদিবাস মধ্য আৰু দক্ষিণ-পশ্চিম এছিয়া।[[এছিয়া]]। পালেং এবিধ একবৰ্ষজীৱী উদ্ভিদ। পালেং গছ ৩০ চেঃমিঃ পৰ্যন্ত ওখ হয়। অসমত[[অসম]]ত শীতকালত ইয়াৰ খেতি কৰা হয়। ইয়াৰ পাত একান্তৰ, সৰল, ডিম্বাকাৰ বা ত্রিভূজাকাৰ। পাতবোৰৰ আকাৰ ২-৩০ চেঃমিঃ দীঘল আৰু ১-১৫ চেঃমিঃ বহল হব পাৰে। গছৰ গুৰিৰ দিশৰ পাতবোৰ ডাঙৰ আৰু ওপৰৰ দিশৰৰ পাতবোৰ সৰু হয়। ফুলবোৰ হালধীয়া আভাযুক্ত বগা, ৩-৪ মিঃমিঃ ব্যাসবিশিষ্ট হয়। ইয়াৰ ফল সৰু, কঠিন, দানাকৃতিৰ আৰু গুচ্ছকাৰ। ফলৰ আকাৰ প্ৰায় ৫-১০ মিঃমিঃ; যত বহি বীজ থাকে। গা-গছ লেহুকা আৰু পাতত পানীৰ পৰিমাণ বেছি। গোটেই গছজোপা উজ্জ্বল সেউজীয়া ।
 
চীন দেশত পালেং শাকৰ বৰ্ণনাৰ প্ৰাচীনতম নিদৰ্শন পোৱা গৈছে । তাত কোৱা হৈছে যে, এই শাক নেপালৰ[[নেপাল]]ৰ পৰা চীন দেশত অনা হৈছিল (সম্ভবতঃ ৬৪৭ খৃঃ)।<ref name="aggie-horticulture.tamu.edu">Victor R. Boswell, "Garden Peas and Spinach from the Middle East". Reprint of "Our Vegetable Travelers" ''National Geographic Magazine'', Vol 96:2 (Aug 1949). (WWW: Aggie Horticulture. Accessed 03/07/2010). [http://aggie-horticulture.tamu.edu/Plantanswers/publications/vegetabletravelers/peas.html]</ref>
 
== পুষ্টি উপাদান ==
"https://as.wikipedia.org/wiki/পালেং_শাক"ৰ পৰা অনা হৈছে