সংশয় ব্যৱস্থাপনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

8 নং শাৰী:
বৃহত পৰিসৰত এনেদৰে কবলৈ চেষ্টা কৰিব পাৰি যে ই ভৱিষ্যতৰ অনিশ্চয়তা বা এনে যি কোনো ঘটনা যি আশা কৰা বা পৰিকল্পনা কৰা মতে ফলাফল হোৱাত বাধা প্ৰদান কৰে । সধাৰণ ভাৱে আমি ক’ব পাৰো যে ই হ’ল ব্যৱসায়ৰ অনিশ্চয়তা যি ব্যৱসায়ৰ লক্ষ্যত উপনিত হ’বলৈ নিদিয়ে । লক্ষ্যবস্তুৰ ওপৰত অনিশ্চয়তাৰ মাত্ৰা নিৰ্ভৰ কৰে সংশয়ৰ মাত্ৰাৰ ওপৰত ।
== সংশয়ৰ শ্ৰেণী বিভাজন : ==
* ব্যক্তিগত, সম্পতি আৰু দায়ীত্বৰদায়িত্বৰ সংশয়
# ব্যক্তিগত সংশয়: কোনো ব্যক্তিৰ হ’ব পৰা সম্ভাৱনীয় নিজা ক্ষতি
# সম্পতিৰ সংশয়: সম্পতিৰ হ’ব পৰা সম্ভাৱনীয় ক্ষতি
# দায়ীত্বৰদায়িত্বৰ সংশয়: কোনো ব্যক্তি বা সংস্থাই ল’ব লগীয়া হ’ব পৰা সম্ভাব্য দায়িত্ব ।
* ভৌতিক, সামাজিক আৰু বজাৰ সংশয়:
# ভৌতিক সংশয়্: ধুমুহা, বা-মাৰলি, বানপানী, ঘূৰ্ণী-বতাহ আদি ধৰণৰ প্ৰাকৃতিক ঘটনা