উৎসেচক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
(GR) File renamed: File:Galactosidase enzyme.pngFile:Glucosidase enzyme.png File renaming criterion #1: At the original uploader's request.Correction of enzyme type!
1 নং শাৰী:
[[File:GalactosidaseGlucosidase enzyme.png|thumb|400px|[[গ্লুক'ছাইডেজ]] উৎসেচকে শৰ্কৰা [[মেল্ট'জ]]ক দুটা [[গ্লুক'জ]] অনুলৈ ৰূপান্তৰ কৰে।]]
'''উৎসেচক''' {{En|Enzyme}} হৈছে এক প্ৰকাৰৰ জৈৱিক অনুঘটক। উৎসেচকে ৰাসায়নিক বিক্ৰিয়া ত্বৰান্বিত কৰে। এই প্ৰক্ৰিয়াৰ আৰম্ভনিৰ অনুবোৰক বিক্ৰিয়ক বোলে আৰু উৎসেচকে সিঁহতক উৎপাদক নামৰ অন্য অনুলৈ ৰূপান্তৰ কৰে। কোষত সংঘটিত হোৱা প্ৰায় সকলো পৰিপাক ক্ৰিয়াতে উৎসেচকৰ প্ৰয়োজন হয়।<ref name = "Stryer_2002">{{cite book |author= Stryer L, Berg JM, Tymoczko JL | title = Biochemistry | publisher = W.H. Freeman | location = San Francisco | year = 2002 | edition = 5th | isbn = 0-7167-4955-6 | url = http://www.ncbi.nlm.nih.gov/books/NBK21154/ }}</ref>
 
"https://as.wikipedia.org/wiki/উৎসেচক"ৰ পৰা অনা হৈছে