অজয় ঘটক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

খুট-খাট
14 নং শাৰী:
| fields = [[পদাৰ্থবিজ্ঞান]]
| workplaces = [[ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান]]
| alma_mater = [[দিল্লী য়ুনিভাৰ্ছিটিবিশ্ববিদ্যালয়]]<br>[[কৰ্ণেল য়ুনিভাৰ্ছিটিবিশ্ববিদ্যালয়]]
| doctoral_advisor =
| academic_advisors = হাঁছ বেথে, মাৰ্ক নেলকিন
30 নং শাৰী:
}}
 
'''অজয় ঘটক''' ( জন্ম ১৯৩৯ চনৰ ৯ নৱেম্বৰ) এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু পদাৰ্থবিজ্ঞানবিষয়ক পাঠ্যপুথিৰ ৰচক। তেওঁ ইতিমধ্যে ১৭০ ৰো অধিক গৱেষণা পত্ৰ আৰু ২০ খনতকৈও অধিক পাঠ্যপুথি ৰচনা কৰিছে। তেওঁ স্নাতক মহলাৰ বাবে ৰচনা কৰা পুথি '''Optics''' চীনা আৰু পাৰ্ছী ভাষালৈ অনূদিত হোৱাৰ লগতে ম’নগ্ৰাফ '''Inhomogeneous Optical Waveguides''' ( অধ্যাপক ছধাৰ সৈতে সহলিখন) চীনা আৰু ৰাছিয়ান ভাষালৈ অনূদিত হৈছে<ref>{{Citation | url=http://www.mirandahouse.ac.in/DSKC/ALOP_ASIA_2006_REPORT.pdf |title=Miranda House events | accessdate=8 November 2010 }}</ref>। ১৯৯৫ চনত তেওঁ পোহৰ বিজ্ঞানৰ শিক্ষাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে আমেৰিকাৰ অপ্টিকেল চ’চাইটিৰ ফেল’ হিচাপে নিৰ্বাচিত হৈছিল<ref name="ico" />। তেওঁ দিল্লী য়ুনিভাৰ্ছিটিৰবিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত কৰ্ণেল য়ুনিভাৰ্ছিটিৰবিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে। ব্ৰুখাৱেন নেশ্বনেল লেব’ৰেটৰীত কিছুদিন গৱেষণাৰ সহায়ক হিচাপে কাম কৰাৰ পাছত তেওঁ ১৯৬৬ চনত দিল্লীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত যোগদান কৰে<ref name="ico">{{Citation | url=http://www.ico-optics.org/ico_jan99.html | title=Ajoy Ghatak biography | publisher=[[International Commission for Optics]] | accessdate=7 November 2010 }}</ref> আৰু ২০০৭ চনত তাৰ পৰাই পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে<ref>{{Citation | title=IIT Kharagpur's biography on Ajoy Ghatak | url=http://www.phy.iitkgp.ernet.in/ptaccd2/Speakers_Biodata/AKGhatak_Bio.pdf | publisher=[[Indian Institute of Technology]] | accessdate=8 November 2010 }}</ref>। বৰ্তমান তেওঁ বিভিন্ন গ্ৰন্থ আদি ৰচনা কৰাৰ লগতে দেশ বিদেশৰ বিভিন্ন য়ুনিভাৰ্ছিটিসমূহতবিশ্ববিদ্যালয়সমূহত অতিথি অধ্যাপক হিচাপে শ্ৰেণীকোঠাত যোগদান কৰে<ref>{{Citation | title=BESU Events 2010 | url=http://www.becs.ac.in/events-2010.html | accessdate=8 November 2010 }}</ref><ref>{{Citation | title=SPIE Events | url=http://spiedcechapter.dce.edu/archive/news18.php | accessdate=8 November 2010 }}</ref>।
 
==নিৰ্বাচিত বঁটা আৰু সন্মান==
 
* [[:en:SPIE|SPIE]] Educator Award (2008২০০৮): "পোহৰ বিজ্ঞানৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে"<ref>{{Citation | title=SPIE Educator Award | url=http://spie.org/x3069.xml | accessdate=8 November 2010 }}</ref>
 
* Esther[[:en:Optical Hoffman Beller Medal (2003)Society of the [[America|Optical Society of America]]ৰ ২০০৩ চনৰ Esther Hoffman Beller Medal: "পোহৰ বিজ্ঞান আৰু আভিযান্ত্ৰিকৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে"<ref>{{Citation | title=OSA's Esther Hoffman Beller Medal | url=http://www.osa.org/Awards_and_Grants/Awards/Award_Description/estherbeller/default.aspx | accessdate=8 November 2010 }}</ref>
 
* Galileo[[:en:International GalileiCommission Awardfor (1998) of the [[Optics|International Commission for Optics]]ৰ ১৯৯৮চনৰ বাবে [[গেলিলিঅ’ গেলিলি]] বঁটা: "পোহৰ বিজ্ঞানলৈ আোগবঢ়োৱাআগবঢ়োৱা অৱদানৰ বাবে"<ref>{{Citation | title=ICO Galileo Galilei Award | url=http://www.ico-optics.org/awards.html#galileo | accessdate=8 November 2010 }}</ref>
 
* পদাৰ্থ বিদ্যাত [[Shanti:en:Council Swarupof BhatnagarScientific Prizeand forIndustrial Science and TechnologyResearch|S. S. Bhatnagar Prize for Science and TechnologyCSIR]] ১৯৭৯চনৰ Physical[[শান্তিস্বৰূপ Sciencesভটনাগৰ (1979)বঁটা|বিজ্ঞান ofআৰু theপ্ৰযুক্তিৰ [[Councilশান্তিস্বৰূপ ofভটনাগৰ Scientific and Industrial Researchবঁটা]]: "forঅসমসত্ব significantআলোক work in the field ofতৰংগ-বাহক (inhomogeneous optical wave-guides), theoryঅসমসত্ব ofমাধ্যম aberrationsআৰু forচেল্ফ opticalফ’কাচিং systemsলেজাৰ comprisingৰশ্মিযুক্ত inhomogeneousতন্ত্ৰৰ mediaবিচলন andতত্ব self-focussing(theory of laserabberation)লৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ beamsবাবে"<ref>{{Citation | title=S. S. Bhatnagar award for Physical Sciences | url=http://www.csir.res.in/external/heads/career/award/BPRIZE/Physical_SCIENCES.htm | accessdate=8 November 2010 }}</ref>
==নিৰ্বাচিত প্ৰকাশন<ref>The full list of publications can be found [http://www.flipkart.com/search-book?dd=0&query=ajoy+ghatak here] (accessed 8 November 2010)</ref> ==
 
"https://as.wikipedia.org/wiki/অজয়_ঘটক"ৰ পৰা অনা হৈছে