বাসুদেৱ থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

The file Image:Pukhuri.jpg has been removed, as it has been deleted by commons:User:Fastily: ''Copyright violation: If you are the copyright holder/author and/or have authorization to upload the file, email [[com...
added categories and reference list
9 নং শাৰী:
| latd = 27.18
| longd = 94.20
|map_caption = অসম মানচিত্ৰতবাসুদেৱমানচিত্ৰত বাসুদেৱ থানৰ অৱস্থান
|map_size = 250
|other_names = বাসুদেৱ থান
29 নং শাৰী:
|website =
}}
বাসুদেৱ থান [[লখিমপুৰ]] জিলাৰ [[ঢকুৱাখনা]] ৰ পূৱ প্ৰান্তত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ থান। [[ঢকুৱাখনা]] চাৰিআলিৰ পৰা পশ্চিমমূৱাকৈ প্ৰায় ১০ কি:মি: গ'লে এই প্ৰসিদ্ধ থানখন পোৱা যায়। । থানখনৰ লগতে বাসুদেৱৰ এখন নামঘৰ আছে। সত্ৰৰ মুঠ মাটিকালি প্ৰায় ২০০ বিঘা। থানখনতবৰ্তমান বিষ্ণুৰএই এটাতীৰ্থস্থানখন অতিবলাহী প্ৰাচীন সোণৰ মূৰ্তি আছেচামপৰা আৰু আখ্যানতসৌপাৰাৰ আছে,মাজৰ ৰুক্মিণীয়েসোৱণশিৰি হেনো পতি বিষ্ণুক উপহাৰ দিবলৈ এইনামৰ মূৰ্তিটোঠাইত গঢ়াইছিল।অৱস্থিত<ref>http://www.assaminfo.com/tourist-places/27/shri-shri-basudev-than.htm</ref>।
 
 
==ইতিহাস আৰু প্ৰবাদ==
শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ মহাপ্ৰয়াণৰ সময়ত তেওঁৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ হাতত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ দায়িত্ব অৰ্পণ কৰি গৈছিল। শ্ৰী শ্ৰী মাধৱদেৱেও গুৰুৰ আজ্ঞা পালি কালক্ৰমত তেওঁৰ প্ৰয়াণৰ সময়ত শংকৰদেৱৰ বৰনাতি পুৰুষোত্তম ঠাকুৰৰ হাতত সেই দায়িত্বভাৰ দি থৈ যায়। পুৰুষোত্তম ঠাকুৰে ধৰ্মভাৰ গ্ৰহণ কৰি পাটবাউসীৰ পৰা গৈ জনিয়াত সত্ৰ পাতে আৰু কোচবিহাৰলৈ গৈ তাত সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰে। শেষত তেওঁৰ স্বৰ্গগামী হোৱাৰ পৰত ধৰ্মপ্ৰচাৰৰ ভাৰ খুৰাকৰ পুত্ৰ চতুৰ্ভূজ ঠাকুৰক দি যায়। চতুৰ্ভূজ ঠাকুৰৰ তিনিগৰাকী ভাৰ্যাৰ এগৰাকীৰো পুত্ৰ সন্তান নাছিল। গতিকে তেখেতৰ জ্যেষ্ঠা ভগ্নী গোবিন্দপ্ৰিয়াৰ পুত্ৰ দামোদৰক নিজৰ পুত্ৰস্বৰূপে তুলি লয়। তেওঁৰ পাছতে দামোদৰ ঠাকুৰেই ধৰ্মপ্ৰচাৰৰ ভাৰ লাভ কৰে। তেওঁ অতি সুচাৰুৰূপে সত্ৰসভা পৰিচালনা কৰিছিল। দামোদৰ ঠাকুৰ আৰু আই কনকলতাই মিলি অৰণ্যৰ মাজত ঢাক খাই থকা শংকৰ গুৰুৰ জন্মস্থান বৰদোৱা উদ্ধাৰ কৰে আৰু নতুনকৈ আৱিষ্কাৰ কৰা হেতু তেতিয়াৰ পৰা তেওঁ নৰোৱা গোঁসাই হিচাপে প্ৰসিদ্ধ হয় আৰু তেওঁ স্থাপন কৰা সত্ৰসমূহো নৰোৱা সত্ৰ হিচাপে পৰিগণিত হয়। বৰদোৱা থান উদ্ধাৰৰ পাচত দামোদৰ ঠাকুৰে নিজ পৰিয়ালক বৰদোৱা ঘাটত থৈ গড়গাঁৱলৈ যাত্ৰা কৰে। চৰিত পুথিৰ মতে, ঠাকুৰৰ আগমনৰ দিনা ৰাতি স্বৰ্গদেউ জয়ধ্বজ সিংহই ৰাতি সপোনত চতুৰ্ভূজৰূপী বিষ্ণুৰ অৱতাৰ দৰ্শন কৰি পাছদিনা ঠাকুৰৰ আগত ব্যক্ত কৰে আৰু নিজ ৰাজ্যত সত্ৰাদি পাতিবলৈ কুণ্ডিলৰ পৰা বাসুদেৱ মূৰ্ত্তি আনিবলৈ ৰাজবিষয়া প্ৰেৰণ কৰে। মূৰ্ত্তি অনাৰ পাছত সোৱণশিৰি নদীৰ কাষৰ চাৰিভাগী নামে ঠাইত সত্ৰ পাতিবৰ বাবে ভূমি দান কৰে।এই চাৰিভাগী আৰু লাউমুৰী নামে ঠাইত এই দুখন সত্ৰ দামোদৰ ঠাকুৰে<ref>www.cic.nic.in/cicwebpages/Assam/dakhuakhana/basudevthan1.htm</ref> প্ৰতিষ্ঠা কৰাৰ বাবে নৰোৱাসত্ৰ নামেৰে প্ৰসিদ্ধ হ’ল। ১৮৫৮ চনত দামোদৰ ঠাকুৰৰ মৃত্যুৰ পাচত তেওঁৰ পুত্ৰ ৰমাকান্তৰ দিনত বাসুদেৱ থান নৰোৱা সত্ৰ নামেৰে জনাজাত হয়। ১৬৮৩ চনত ৰমাকান্ত আতাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰামদেৱ আতাই দায়িত্বভাৰ গ্ৰহণ কৰে। কিন্তু সোৱণশিৰিয়ে খহাই নিয়াত থানখন তাৰ পৰা তুলি আনি চামপৰা আৰু কঢ়ানৈৰ মাজত ৰমাকান্ত আতাৰ পুত্ৰ ৰামচৰণ আতাৰ দিনত স্বৰ্গদেউ শিৱসিংহৰ ৰাজসাহায্যত প্ৰতিষ্ঠা কৰা হয় আৰু বাসুদেৱ থান নামেৰে প্ৰসিদ্ধি লাভ কৰে। সাতসৰী অসম বুৰঞ্জীত উল্লেখ থকা মতে, মানৰ আক্ৰমণত সত্ৰ উজাৰ হোৱাৰ পাছত নৰোৱাৰে অচ্যুত আতাই পুনৰ সংস্কাৰ কৰি থানখন পাতে। অচ্যুত আতাৰ বিয়োগৰ পাছত তেওঁৰ চাৰিজন পুত্ৰৰ বৰপুত্ৰ মুক্তিনাথদেৱ সত্ৰৰ সত্ৰাধিকাৰ হোৱাৰ লগতে থানৰ আভ্যন্তৰিণ বিষয়ত পুত্ৰ কুশচন্দ্ৰদেৱ আৰু মহেশচন্দ্ৰদেৱ আৰু বহিৰ্বিষয়ৰ চোৱা চিতা কৰিছিল শিৱচন্দ্ৰদেৱে। এওঁলোকৰ দিনতে ১৯৩৫ খ্ৰীষ্টাব্দত বৰ্তমান বাংলাদেশৰ আৰু তেতিয়াৰ পূৰ্ববংগৰ পৰা ৰাজমিস্ত্ৰী আনি চাৰিকোণীয়া বিশিষ্ট পকী মন্দিৰ নিৰ্মাণ কৰা হয়<ref>* শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱাসত্ৰৰ ইতিবৃত্ত, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)</ref>
আহোম <ref>http://www.cic.nic.in/cicwebpages/Assam/dakhuakhana/basudevthan1.htm</ref>স্বৰ্গদেউ জয়ধ্ধজ সিংহৰ শাসনকলত বিজনী ৰাজ্যৰ পৰা আহি শ্ৰীমন্ত শংকৰদেৱৰ নাতি দামোদৰ আতাই ১৭ শতিকাৰ মাঁজভাগত এই সত্ৰখন প্ৰতিস্থা কৰিছিল। প্ৰথম অৱস্থাত এই সত্ৰখনৰ নাম "নৰোৱা সত্ৰ"। এতিয়াৰ সত্ৰখনৰ নামাকৰণক লৈ বহুতৰে মতবিৰোধ হোৱা দেখা যায়। বহুতেই কয় যে, দামোদৰ আতা উজনিৰ পৰা আহিছিল আৰু তেখেতেই এই লাউমূৰি সত্ৰ স্থাপন কৰিছিল। বাহুদে নামৰ এজন ব্ৰাহ্মনে দামোদৰ আতাক সত্ৰখনৰ মাটিটুকুৱা উপহাৰ হিচাবে দিছিল। ১৫৮৫ চনত দামোদৰ আতাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ শ্ৰী ৰমাকান্ত আতাই সত্ৰাধিকাৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ১৬৮৩ চনত ৰমাকান্ত আতাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰামদেৱ আতাই দায়িত্বভাৰ গ্ৰহণ কৰিছিল।১৭০৭ চনত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই ইয়ালৈ আহিছিল, কিন্তু অগ্যাত কাৰণত তেওঁ পুনৰ উভতি গুছি গৈছিল। যিখন নদীয়েদি তেওঁ নাওঁবায় আহিছিল হেই নদীখন চামপৰা বুলি জনা যায়। ১৭ শতিকাৰ আৰম্ভননিতে ৰামাকান্ত আতাই আচম্বিতে নামনিৰ বৰপেটালৈ গৈ তাতে থাকিবলৈ লয়। পিছলৈ সেই সত্ৰখনৰ লগতে এটা প্ৰকান্ড নামঘৰ সজোৱা হয়। মাঘী পূৰ্ণিমাৰ নিশা তাতে "পাল নাম"ৰ আয়োজন কৰা হয় যিটো পৰম্পৰা অজিও চলি আছে।
প্ৰবাদ আছে যে ইয়াত যি প্ৰাৰ্থনা কৰে তেওঁৰ মনোকামনা পূৰ্ণ হয়। অসমৰ দূৰ-দূৰণিৰ ভক্ত ৰ লগতে [[নেপাল]] ৰ অসংখ্য ভক্তই আহি ইয়াত প্ৰাৰ্থনা কৰা দেখা যায়। থানখনৰ কথা নেপালত কেনেকৈ ইমান প্ৰসিদ্ধ হ'ল ইয়াৰ বিৱৰণ ক'তো পোৱা নাযায়।
 
আহোম <ref>http://www.cic.nic.in/cicwebpages/Assam/dakhuakhana/basudevthan1.htm</ref>স্বৰ্গদেউ জয়ধ্ধজ সিংহৰ শাসনকলত বিজনী ৰাজ্যৰ পৰা আহি শ্ৰীমন্ত শংকৰদেৱৰ নাতি দামোদৰ আতাই ১৭ শতিকাৰ মাঁজভাগত এই সত্ৰখন প্ৰতিস্থা কৰিছিল। প্ৰথম অৱস্থাত এই সত্ৰখনৰ নাম "নৰোৱা সত্ৰ"। এতিয়াৰ সত্ৰখনৰ নামাকৰণক লৈ বহুতৰে মতবিৰোধ হোৱা দেখা যায়। বহুতেই কয় যে, দামোদৰ আতা উজনিৰ পৰা আহিছিল আৰু তেখেতেই এই লাউমূৰি সত্ৰ স্থাপন কৰিছিল। বাহুদে নামৰ এজন ব্ৰাহ্মনে দামোদৰ আতাক সত্ৰখনৰ মাটিটুকুৱামাটিটুকুৰা উপহাৰ হিচাবে দিছিল। ১৫৮৫ চনত দামোদৰ আতাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ শ্ৰী ৰমাকান্ত আতাই সত্ৰাধিকাৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ১৬৮৩ চনত ৰমাকান্ত আতাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰামদেৱ আতাই দায়িত্বভাৰ গ্ৰহণ কৰিছিল।১৭০৭১৭০৭ চনত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই ইয়ালৈ আহিছিল, কিন্তু অগ্যাতঅগত্যা কাৰণত তেওঁ পুনৰ উভতি গুছি গৈছিল। যিখন নদীয়েদি তেওঁ নাওঁবায়নাওঁবাই আহিছিল হেই নদীখন চামপৰা বুলি জনা যায়। ১৭ শতিকাৰ আৰম্ভননিতে ৰামাকান্ত আতাই আচম্বিতে নামনিৰ বৰপেটালৈ গৈ তাতে থাকিবলৈ লয়। পিছলৈ সেই সত্ৰখনৰ লগতে এটা প্ৰকান্ড নামঘৰ সজোৱা হয়। মাঘী পূৰ্ণিমাৰ নিশা তাতে "পাল নাম"ৰ আয়োজন কৰা হয় যিটো পৰম্পৰা অজিও চলি আছে। প্ৰবাদ আছে যে ইয়াত যি প্ৰাৰ্থনা কৰে তেওঁৰ মনোকামনা পূৰ্ণ হয়। অসমৰ দূৰ-দূৰণিৰ ভক্ত ৰ লগতে [[নেপাল]] ৰ অসংখ্য ভক্তই আহি ইয়াত প্ৰাৰ্থনা কৰা দেখা যায়। থানখনৰ কথা নেপালত কেনেকৈ ইমান প্ৰসিদ্ধ হ'ল ইয়াৰ বিৱৰণ ক'তো পোৱা নাযায়।
 
===শাখা থান===
 
সত্ৰাধিকাৰ মুক্তিনাথদেৱ গোস্বামীৰ দিনত লখিমপুৰৰ বিহপুৰীয়া আৰু পথালি পাহাৰত দুখন শাখা থান প্ৰতিষ্ঠা কৰা হয়।<ref>* শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱাসত্ৰৰ ইতিবৃত্ত, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)</ref> এই দুখন ক্ৰমে-
 
* কাচি কটা বাসুদেৱ থান
 
* তৰাজুলি বাসুদেৱ থান
 
==বাসুদেৱ নামৰ অৰ্থ আৰু তাৎপৰ্য==
 
“কৃষ্ণ বাসুদেৱ” নামৰ আভিধানিক ব্যুৎপত্তি আৰু অৰ্থ হৈছে-
 
ৱসুদেৱ+ষ্ণ (অপত্যাৰ্থে) = বাসুদেৱ;
 
অৰ্থঃ বসুদেৱৰ পুত্ৰ পূৰ্ণব্ৰহ্ম দৈৱকীনন্দন কৃষ্ণ, অৰ্থাৎ বসুদেৱ আৰু তৎপত্নী দৈৱকীৰ পুত্ৰৰূপে অৱতাৰ হোৱা পৰমব্ৰহ্ম কৃষ্ণই হৈছে “বসুদেৱ”
 
মহাপুৰুষ মাধৱদেৱৰ ঘোষাৰ নামান্বয় অংশৰ ভাঙনি কৰিলেও পোৱা যায় যে, পৰমব্ৰহ্মৰ ‘কৃষ্ণ’ আৰু ‘বাসুদেৱ’ এই দুয়োটি নামেৰে ব্যহ্মাৰ একৰূপতাকেই প্ৰকাশ কৰি এটি টীকাৰ দুটি পিঠিৰূপে জগতত বিৰাজ কৰিছে। কৃষ্ণৰূপে সমস্ত পৃথিৱীকে আনন্দ সাগৰত দ্ৰৱিত কৰি, বাসুদেৱৰূপে সমস্ত জগততে বাস কৰিছে আৰু সমস্ত জগতো তেওঁতে নিবাস কৰিছে। সেই নিমিত্তে পণ্ডিতসকলে পৰম ব্ৰহ্ম কৃষ্ণক বাসুদেৱ বুলি কৈছে।<ref>* শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱাসত্ৰৰ ইতিবৃত্ত, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)</ref>
 
===নৰোৱা নামৰ তাৎপৰ্য===
 
ৱেড চাহাবৰ “অসমৰ বিৱৰণ” পুথিৰ মতে, ছাঁপৰা নৈৰ পাৰত নৰোৱা নামৰ ঠাইত এখন থান আছে বুলি উল্লেখ আছে আৰু তালৈ বছৰি সহস্ৰাধিক দৰ্শনাৰ্থী আহি বাসুদেৱ মূৰ্ত্তি দৰ্শন কৰেহি।<ref>ডঃ মহেশ্বৰ নেওগৰ সংকলিত আৰু সম্পাদিত ‘পবিত্ৰ অসম’ গ্ৰন্থৰ পৃষ্ঠা নং ১৪-১৫</ref>
 
"NAROA is much smaller district, which does not exceed eight miles in length and six in breadth. It is chiefly noted for a temple or Takoorbari. The waters of Sowpurra (Champora) river contribute to enrich the estate of the NAROA GOSAIN or GOSWAMI. --- P. Wedd"
 
দামোদৰ ঠাকুৰে আই কনকলতাৰ সৈতে আহি বৰদোৱা থান পুনৰোদ্ধাৰ কৰি নতুনকৈ এখনি সত্ৰ প্ৰতিষ্ঠা কৰে আৰু নতুনকৈ প্ৰতিষ্ঠা কৰাৰ নিমিত্তে সত্ৰখনিক নৰোৱা সত্ৰ বোলা হ’ল<ref> শ্ৰী শ্ৰী বাসুদেৱ থান- অতীত আৰু বৰ্তমান, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)</ref>। আনহাতে বাসুদেৱৰ মূৰ্ত্তি বিৰাজ কৰা থানখনত নৰোৱা বংশৰ গোঁসাই থকাৰ কাৰণে ইয়াক নৰোৱা সত্ৰও বুলি জনা যায়<ref>১৯৮৫ চনৰ অসম সাহিত্য সভাৰ স্মৃতিগ্ৰন্থত অধ্যাপক শ্ৰীহৰেন্দ্ৰদেৱ গোস্বামীয়ে লিখা প্ৰৱন্ধ</ref>
 
==বাসুদেৱ থানৰ মূৰ্ত্তি==
 
বাসুদেব থানৰ মূৰ্ত্তিখন ভালেমান কালৰ পুৰণি। শুনা যায়, বাসুদেৱ থানৰ বৃহৎ শিলৰ মূৰ্ত্তিখন কুণ্ডিলৰ চুতীয়া ৰজাৰ হাতত আছিল। ‘ঠাকুৰ চৰিত্ৰ’ নামৰ সাঁচিপতীয়া পুথি এখনৰ পৰা জয়ধ্বজ সিংহই শদিয়াৰ পৰা আনি নৰোৱা থানত বাসুদেৱ-মূৰ্ত্তি স্থাপন কৰা বুলি জনা যায়। কলীয়া শিলত খোদিত এই মূৰ্ত্তিটোৰ শিল্পকাৰ্য যথেষ্ট লেখতলগীয়া<ref>ডঃ মহেশ্বৰ নেওগৰ সংকলিত আৰু সম্পাদিত ‘পবিত্ৰ অসম’ গ্ৰন্থৰ পৃষ্ঠা নং ১৪-১৫</ref>। চতুৰ্ভুজবিশিষ্ট এই মূৰ্ত্তিৰ উচ্চতা ৪ ফুট অৰ্থাৎ ১২২ চেঃমিঃ।
 
==সত্ৰাধিকাৰ তথা ধৰ্মাচাৰ্যসকল==
 
 
* প্ৰতিষ্ঠাতা শ্ৰী শ্ৰী দামোদৰ ঠাকুৰ
 
* ৰমাকান্ত ঠাকুৰ
 
* ৰামচন্দ্ৰ ঠাকুৰ
 
* ৰামদেৱ
 
* ভদ্ৰদেৱ
 
* লক্ষ্মীদেৱ
 
* বামদেৱ
 
* অচ্যুৎ চন্দ্ৰদেৱ
 
* মুক্তিনাথদেৱ
 
* মহেশ চন্দ্ৰদেৱ
 
* শ্ৰী শ্ৰী ৰূপেন্দ্ৰ দেৱ<ref>* শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱাসত্ৰৰ ইতিবৃত্ত, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)</ref>
 
==অতিথিশালা==
Line 43 ⟶ 96:
 
==যোগাযোগ==
বাসুদেৱলৈ আহিবলৈ হ'লে দুটা ৰাস্তা আছে। এটা [[ঘিলামৰা]]ৰ বৰদৈবামৰ পৰা আৰু আনটো [[ঢকুৱাখনা]] পৰা।
 
==তথ্য &nbsp;সংগ্ৰহ==
{{Reflist}}
 
* শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱাসত্ৰৰ ইতিবৃত্ত, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)
 
* শ্ৰী শ্ৰী বাসুদেৱ থান- অতীত আৰু বৰ্তমান, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)
 
* ডঃ মহেশ্বৰ নেওগৰ সংকলিত আৰু সম্পাদিত ‘পবিত্ৰ অসম’ গ্ৰন্থৰ পৃষ্ঠা নং ১৪-১৫
 
* ১৯৮৫ চনৰ অসম সাহিত্য সভাৰ স্মৃতিগ্ৰন্থত অধ্যাপক শ্ৰীহৰেন্দ্ৰদেৱ গোস্বামীয়ে লিখা প্ৰৱন্ধ