ধাৰক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

14 নং শাৰী:
 
==সমান্তৰাল কাঁহী আৰ্হিৰ ধাৰক==
ধৰা হ’ল ধাৰকৰ ওপৰৰ কাঁহীখনত +Q আৰু তলৰ কাঁহীখনত –Q আধান জমা কৰা হ’ল। আধানখিনি দুইখন কাঁহীতে সমানভাৱে বিয়পি পৰিব। এইখিনিতে উল্লেখযোগ্য যে কাঁহী দুখনৰ পৃষ্ঠকালি ‘A’ সিহঁতৰ মাজৰ দূৰত্ব ‘d’ ত কৈ বহুগুণে বেছি। এতিয়া কাঁহী দুখনৰ পৃষ্ঠ আধান-ঘনত্ব হ’ব,
 
'''σ= Q/A'''
<math>{\rho}=\frac{Q}{A}</math>
 
আৰু বৈদ্যুতিক ক্ষেত্ৰখন হ’ব,
 
'''E = 1/ϵ(Q/A)'''
<math>E =\frac{Q}{A\varepsilon}</math>
 
গতিকে কাঁহী দুখনৰ মাজৰ বিভৱ ভেদ হ’ব,
 
<math>V = Ed =\frac{Qd}{A}
'''V = Ed = Qd/ϵA => Q/V = ϵA/d => C = ϵA/d
=>\frac{Q}{V}=\frac{A}{d}
'''
=> C =\frac{A}{d}</math>
 
==বৈদ্যুতিক ক্ষেত্ৰৰ শক্তি==
ধাৰকৰ পৰিবাহী পদাৰ্থ দুটাৰ মাজত আধানৰ “চলাচল” কৰিবৰ বাবে কোনো বাহিৰা কাৰকৰ প্ৰভাৱত কাৰ্য সম্পাদন হ’ব লাগিব। যেতিয়া এই বাহিৰা কাৰকক আতঁৰাই দিয়া হয়, তেতিয়া সেই কৰ্মখিনি শক্তি হিচাপে সংৰক্ষিত হয়। এইদৰে আধানৰ চলাচলৰ দ্বাৰা বৈদ্যুতিক ক্ষেত্ৰখন স্থাপন কৰোঁতে কৰা কৰ্ম আৰু সেই গতিকে সংৰক্ষিত শক্তিৰ পৰিমাণ হ’ব,
"https://as.wikipedia.org/wiki/ধাৰক"ৰ পৰা অনা হৈছে