ধাৰক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

30 নং শাৰী:
 
==বৈদ্যুতিক ক্ষেত্ৰৰ শক্তি==
ধাৰকৰ পৰিবাহী পদাৰ্থ দুটাৰ মাজত আধানৰ “চলাচল” কৰিবৰ বাবে কোনো বাহিৰা কাৰকৰ প্ৰভাৱত কাৰ্য সম্পাদন হ’ব লাগিব। যেতিয়া এই বাহিৰা কাৰকক আতঁৰাই দিয়া হয়, তেতিয়া সেই কৰ্মখিনি শক্তি হিচাপে সংৰক্ষিত হয়। এইদৰে আধানৰ চলাচলৰ দ্বাৰা বৈদ্যুতিক ক্ষেত্ৰখন স্থাপন কৰোঁতে কৰা কৰ্ম আৰু সেই গতিকে সংৰক্ষিত শক্তিৰ পৰিমাণ হ’ব,
W = ∫_0^Q▒V(q)dq = ∫_0^Q▒(q/C)dq = 〖Q/2C〗^2 = 1/2 〖CV〗^2
বৈদ্যুতিক জালী :-
সমান্তৰালভাৱে থকা ধাৰক :- যেতিয়া এটা বৈদ্যুতিক বিভৱ V সমান্তৰালভাৱে থকা বহুকেইটা ধাৰকৰ মূৰত প্ৰয়োগ কৰা হ’ব, তেতিয়া প্ৰ্তিটো ধাৰকৰ দুইমূৰে একে পৰিমাণৰ বৈদ্যুতিক বিভৱ (V) থাকিব। ধাৰকসমূহত জমা হোৱা সৰ্বমুঠ আধানৰ পৰিমাণ হ’ব প্ৰতিটো ধাৰকত গাইগুটীয়াভাৱে জমা হোৱা আধানৰ যোগফলৰ সমান। গতিকে সমান্তৰালভাৱে থকা n টা ধাৰকৰ সলনি আমি এটা সমতুল্য ধাৰক ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ ধাৰকত্ব এনেদৰে গণনা কৰা হয়,
C_eq= C_1+C_2+. . . . +C_n
 
<math>W =\int_0^Q V\, (q)dq =\int_0^Q (\frac{q}{C})dq =(\frac{Q}{2C})^2 =\frac{1}{2}(CV)^2</math>
শ্ৰেণীকৃত ধাৰক :- যেতিয়া শ্ৰেণীকৃত ধাৰকসমূহৰ মূৰত বৈদ্যুতিক বিভৱ V প্ৰয়োগ কৰা হ’ব, তেতিয়া প্ৰতিটো ধাৰকত জমা হোৱা আধানৰ পৰিমাণ (Q) একে থাকিব। কিন্তু মুঠ বৈদ্যুতিক বিভৱ হ’ব প্ৰতিটো ধাৰকৰ বৈদ্যুতিক বিভৱসমূহৰ যোগফলৰ সমান। গতিকে শ্ৰেণীকৃত n টা ধাৰকৰ সলনি আমি এটা সমতুল্য ধাৰক ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ ধাৰকত্ব এনেদৰে গণনা কৰা হয়,
===বৈদ্যুতিক জালী :-বৰ্তনী===
1/C_eq =1/C_1 +1/C_2 +. . . . .+1/C_n
''' সমান্তৰালভাৱে থকা ধাৰক:'''
[[File:capacitors in parallel.svg|right|thumb|সমান্তৰালভাৱে সজ্জিত কিছুমান ধাৰক]]
সমান্তৰালভাৱে থকা ধাৰক :- যেতিয়া এটা বৈদ্যুতিক বিভৱ V সমান্তৰালভাৱে থকা বহুকেইটা ধাৰকৰ মূৰত প্ৰয়োগ কৰা হ’ব, তেতিয়া প্ৰ্তিটো ধাৰকৰ দুইমূৰে একে পৰিমাণৰ বৈদ্যুতিক বিভৱ (V) থাকিব। ধাৰকসমূহত জমা হোৱা সৰ্বমুঠ আধানৰ পৰিমাণ হ’ব প্ৰতিটো ধাৰকত গাইগুটীয়াভাৱে জমা হোৱা আধানৰ যোগফলৰ সমান। গতিকে সমান্তৰালভাৱে থকা n টা ধাৰকৰ সলনি আমি এটা সমতুল্য ধাৰক ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ ধাৰকত্ব এনেদৰে গণনা কৰা হয়,
:: <math>C_\mathrm{eq}= C_1 + C_2 + \cdots + C_n</math>
{{Clear}}
 
''' শ্ৰেণীকৃত ধাৰক:'''
==তথ্য সংগ্ৰহ==�{{Reflist}}
[[File:capacitors in series.svg|right|thumb|শ্ৰেণীবদ্ধভাৱে সজ্জিত কিছুমান ধাৰক]]
শ্ৰেণীকৃত ধাৰক :- যেতিয়া শ্ৰেণীকৃত ধাৰকসমূহৰ মূৰত বৈদ্যুতিক বিভৱ V প্ৰয়োগ কৰা হ’ব, তেতিয়া প্ৰতিটো ধাৰকত জমা হোৱা আধানৰ পৰিমাণ (Q) একে থাকিব। কিন্তু মুঠ বৈদ্যুতিক বিভৱ হ’ব প্ৰতিটো ধাৰকৰ বৈদ্যুতিক বিভৱসমূহৰ যোগফলৰ সমান। গতিকে শ্ৰেণীকৃত n টা ধাৰকৰ সলনি আমি এটা সমতুল্য ধাৰক ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ ধাৰকত্ব এনেদৰে গণনা কৰা হয়,
 
:: <math>\frac{1}{C_\mathrm{eq}} = \frac{1}{C_1} + \frac{1}{C_2} + \cdots + \frac{1}{C_n}</math>
{{Clear}}
 
==তথ্য সংগ্ৰহ==�{{Reflist}}
{{Reflist}}
Resnick & Haliday Fundamentals of Physics
"https://as.wikipedia.org/wiki/ধাৰক"ৰ পৰা অনা হৈছে