শিশু শিক্ষা সমিতি, অসম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
16 নং শাৰী:
==বিদ্যালয়সমূহ==
শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত অসমৰ [[বিদ্যা ভাৰতী বিদ্যালয়]]সমূহ [[শংকৰদেৱ|মহাপুৰুষ শংকৰদেৱ]]ৰ নামত নামকৰণ কৰা হয়।<ref name=SSS/>
১৯৭৯ চনৰ ৪ ছেপ্টেম্বৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনাখন অসমৰ গূৱাহাটীত "শংকৰদেৱ শিশু নিকেতন, অম্বিকাগিৰি নগৰ" নামেৰে প্ৰথমখন বিদ্যা ভাৰতী বিদ্যালয় স্থাপন কৰা হৈছিল। বৰ্তমান এই বিদ্যালয় খনৰ নাম হৈছে "শংকৰদেৱ শিশু কুঞ্জ, অম্বিকাগিৰি পথ"।<ref name=SSS/> তেতিয়াৰে পৰা ক্ৰমান্নয়ে বিদ্যালয়ৰ সংখ্যা বাঢ়ি বৰ্তমান ৪৭০ খন এনে বিদ্যালয় অসমৰ ভিন্ন ঠাইত স্থাপিত হৈছে। বৰ্তমান এনে বিদ্যালয়ত অধ্যয়নৰত প্ৰায় ১,১৯,৭১৩ গৰাকী বিদ্যাৰ্থীক ৬,৩৮১ গৰাকী আচাৰ্য/আচাৰ্য্যাই শিক্ষা দান কৰে।<ref name=SSS/> সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যাকাৰউপত্যকাৰ বিভিন্ন গ্ৰাম্য তথা নগৰ অঞ্চলত প্ৰতিস্থিত এই বিদ্যালয় সমূহত মাতৃভাষাৰ মাধ্যমত শিক্ষা প্ৰদান কৰা হয়।<ref name=SSS/>
 
==লগতে চাওক==