মৌলবাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: মৌলবাদী শব্দটোৰ সংজ্ঞাঃ মৌলবাদী এনেকুৱা এজন ব্যক্তি যিজনে অ...
 
tag
1 নং শাৰী:
{{new user article}}
মৌলবাদী শব্দটোৰ সংজ্ঞাঃ
মৌলবাদী এনেকুৱা এজন ব্যক্তি যিজনে অনুসৰণ কৰে তাৰ চিন্তা বিশ্বাসৰ মূলনীতি ও শিক্ষা সমূহক।
 
মৌলবাদী এনেকুৱা এজন ব্যক্তি যিজনে অনুসৰণ কৰে তাৰ চিন্তা বিশ্বাসৰ মূলনীতি ও শিক্ষা সমূহক।
কোনোবাই যদি ভাল ডাক্তৰ হ'ব বিচাৰে তেতিয়াহ'লে তাক জানিব লাগিব, বুজিব লাগিব আৰু কঠোৰ অনুশীলন চলাব লাগিব ঔষধৰ মূল কার্যকাৰিতাৰ ওপৰত। অন্য কথাত তেওঁ হ'ব লাগিব ঔষধি জগতৰ একনিষ্ঠ মৌলবাদী। অৰ্থাৎ তেওঁ হব লাগিব মৌলবাদী ডাক্তৰ। একেইভাবে কোনোবাই যদি গণিতজ্ঞ বা গণিতবিদ হ'ব বিচাৰে তেতিয়াহ'লে তাক জানিব লাগিব, বুজিব পৰা হ'ব লাগিব আৰু একাগ্র মনোযোগেৰে অনুশীলনী চলাব লাগিব গণিতৰ মূল সূত্রৰ ওপৰত। অর্থাৎ তাক হ'ব লাগিব গণিত শাস্ত্রৰ মৌলবাদী। একেইভাবে কোনোবাই যদি বিজ্ঞানী হ'ব খুজে তেতিয়াহ'লে তাক জানি ল'ব লাগিব, বুজিব লাগিব আৰু গভীৰ গবেষণাত নিমগ্ন হৈ অনুশীলনী চলাব লাগিব বিজ্ঞান মৌলতত্ত্ব ও মূল সূত্রসমূহৰ ওপৰত। অর্থাৎ তাক হ'ব লাগিব বিজ্ঞান জগতৰ মৌলবাদী।
.
কিন্তু সকলো মৌলবাদী একে নহয়ঃ
 
সকলো মৌলবাদীৰ চিত্র যেনেকৈ একেই তুলিকাৰে আঁকিব পৰা নাযাব তেনেকৈ ভাল কি বেয়া কি সেয়া তৎক্ষণাত এনেকৈ কোনো মন্তব্যও কৰিব পৰা নাযাব। যি কোনো মৌলবাদীৰ শ্রেণী বিন্যাস নির্ভৰ কৰে তাৰ কাম ও তাৰ কর্ম জগতক লৈ। এজন মৌলবাদী ডকাইত বা মৌলবাদী চুৰ সমাজৰ বাবে ক্ষতিকাৰক সেয়ে সি গৰিহণাৰ যোগ্য। অন্যহাতে এজন মৌলবাদী চিকিৎসক সমাজৰ বাবে কল্যাণকৰ আৰু শ্রদ্ধা ও সন্মানৰ পাত্র।
"https://as.wikipedia.org/wiki/মৌলবাদ"ৰ পৰা অনা হৈছে