জয়নগৰৰ মোৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox prepared food
| name =জয়নগৰৰ মোৱা<br> Joynagarerজয়নগরের moaমোয়া
| image = Joynagarer Moa.JPG
| caption = কলকাতাৰ এখন বিখ্যাত দোকানৰ "জয়নগৰৰ মোৱা"
14 নং শাৰী:
 
}}
'''''জয়নগৰৰ মোৱা''' ([[Bengali language{{lang-bn|বাঙালী]]:জয়নগরের মোয়া}})''''' এবিধ খেজুৰৰ গুড় আৰু আখৈৰে তৈয়াৰ কৰা বাঙালী মিঠাই। এই প্ৰকাৰৰ "মোৱা" প্ৰথমে পশ্চিম বংগৰ জয়নগৰত তৈয়াৰ কৰা হৈছিল। কলকাতাৰ লগতে আন ঠাইসমূহতো সমানে জনপ্ৰিয় মিঠাই বিধ কেতিয়াবা সস্তীয়া সামগ্ৰী আৰু ৰসায়নিক গোন্ধৰে তৈয়াৰ কৰা হয়।<ref name=moa1>{{cite web| url = http://timesofindia.indiatimes.com/city/kolkata/Dont-go-by-flavour-its-not-Joynagarer-moa/articleshow/18012560.cms |title = Don't go by flavour, it's not Joynagarer moa|last=Chakraborty|first= Monotosh | publisher= The Times of India, 14 January 2013 | accessdate = 2013-02-15}}</ref>
== পৰিচয় আৰু সামগ্ৰীসমূহ==
বহুতো সামগ্ৰী ব্যৱহাৰ কৰি''জয়নগৰৰ মোৱা'' তৈয়াৰ কৰা হয়। সেইবোৰ হল '' নলেন গুড়'' (খেজুৰৰ গুড়), ''কণকচুৰ আখৈ'' (এবিধ সুগন্ধিত চাউলৰ আখৈ), ''দেশী ঘিঁউ'', ''ইলাচি'', আৰু ''পষ্ট' দানা''। '' নলেন গুড়'' আৰু ''কণকচুৰ'' ঘাইকৈ শীতকালৰ সামগ্ৰী হোৱাৰ বাবে ''জয়নগৰৰ মোৱা'' শীতকালত উপলব্ধ হয়।<ref name=moa1/> সাধাৰণ মোৱাবিধ মুৰি আৰু গুড়েৰে তৈয়াৰ কৰা কুৰকুৰীয়া লাৰু। এইবিধ মোৱা গোটেই বছৰধৰি তৈয়াৰ কৰা হয় আনকি সৰু সৰু প্লাষ্টিকৰ পেকেটত দোকানত পোৱা যায়।