শকুন্তলা দেৱী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
16 নং শাৰী:
| Honor = বিশ্বৰ দ্রুততম মানৱ কম্পিউটাৰ হিচাপে গীনিছ ৱৰ্ল্ড ৰেকৰ্ড
}}
'''শকুন্তলা দেৱী'''(''Shakuntala Devi'') (৪ নভেম্বৰ ১৯২৯ - ২১ এপ্ৰিল ২০১৩) এগৰাকী [[ভাৰত|ভাৰতীয়]] লেখিকা তথা মানৱ গণকযন্ত্ৰ । তেওঁ ‘মানৱ কম্পিউটাৰ’ নামে পৰিচিত।<ref name="The Hindu 2013">"Shakuntala Devi strove to simplify maths for students". The Hindu. 21 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।</ref><ref name="Pandya, Haresh 2013">Pandya, Haresh (21 April 2013). "Shakuntala Devi, 'Human Computer' Who Bested the Machines, Dies at 83". The New York Times. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।</ref><ref>Obituary: Shakuntala Devi". The Telegraph. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।</ref><ref name="Jensen, Arthur R. 1990">Jensen, Arthur R. (July–September 1990). "Speed of information processing in a calculating prodigy". Intelligence (University of California, Berkeley, United States) 14 (3): 259–274. doi:10.1016/0160-2896(90)90019-P. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।</ref><ref>"Obituary: India's 'human computer' Shakuntala Devi". BBC News. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।</ref> তেওঁৰ অসাধাৰণ গণন ক্ষমতাৰ বাবে তেওঁক ১৯৮২ চনত ‘[[গিনিছ ৱৰ্ল্ড ৰেকর্ডছ|গীনিছ বুক অব ৱৰ্ল্ড ৰেকৰ্ডচ্]]’ত অন্তৰ্ভুক্ত কৰা হৈছে।<ref name="The Hindu 2013"/><ref name="Pandya, Haresh 2013"/><ref name="Obituary 2013">"Obituary: Shakuntala Devi". The Telegraph. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।</ref>
 
তেওঁ এগৰাকী লেখিকা হিচাপে কেইবাখনো কিতাপ লিখিছে। যাৰ ভিতৰত গণিত, সাঁথৰ বা প্ৰহেলিকা আৰু জ্যোতিৰ্বিজ্ঞানৰ ওপৰত আধাৰিত কিতাপ আৰু উপন্যাস আছে। তদুপৰি তেওঁক [[সমকামিতা]]ৰ ওপৰত অধ্যয়ন কৰি কিতাপ লিখা প্ৰথম ভাৰতীয় বুলি গণ্য কৰা হয়।