ৰেচম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: thumb|right|200px|[[চীনৰ নাৰীয়ে ৰেচ...
(কোনো পাৰ্থক্য নাই)

13:07, 29 January 2016ৰ সংস্কৰণ

ৰেচম (ইংৰাজী: Silk) এক প্ৰকাৰৰ প্রাকৃতিক প্র'টিন তন্তু, যাক বহু ধৰণৰ বস্ত্ৰশিল্প বয়নৰ বাবে ব্যবহাৰ কৰা হয়। ৰেচমৰ সৰ্বাধিক পৰিচিত প্ৰকাৰ বম্বেক্স মেৰী নামৰ ৰেচম পলুৰ লেটা গুটিৰ পৰা সংগ্ৰহ কৰা হয়। এক প্ৰকাৰৰ ৰেচম পলুৰ গুটিৰ পৰা এক ধৰণৰ সূতা পোৱা যায়। বিশেষ ব্যৱস্থাৰ জৰিয়তে ৰেচম পলুৰ কৃষিৰ দ্বাৰা বাণিজ্যিকভাৱে এই সূতা প্ৰস্তুত কৰা হয়। এই পদ্ধতিক ৰেচম শিল্প বোলে।

চীনৰ নাৰীয়ে ৰেচম তৈয়াৰ কৰিছে (সম্ৰাট হুইজং, চীন, ১২শ খ্ৰীষ্টাব্দত)