মথুৰা পেড়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox prepared food | name = মথুৰাৰ পেড়া | image = Indian Sweet Dessert Peda in a white bone china plate.jpg | c...
 
20 নং শাৰী:
তাজা মেৱা, [[চেনি]], [[গাখীৰ]] আৰু ঘিঁৰ লগত অতিৰিক্ত সোৱাদৰ বাবে ইলাচী একেলগ মিলাই ৰান্ধি ইয়াক প্ৰস্তুত কৰা হয়। আজিকালি ভাৰতত পেড়াৰ অবিহনে যেন জন্মাষ্টমী অপূৰ্ণ বুলি কোৱা হয়। প্ৰতি বছৰে এই দিনা পেড়া তৈয়াৰ কৰি কৃষ্ণৰ নামত উৎসৰ্গা কৰা হয় আৰু ইয়াৰে উপবাস ভাঙা হয়।<ref name="sim">{{cite web | url=http://www.indiansimmer.com/2015/12/mathura-ke-pede.html | title=Mathura ke Pede | publisher=Indian Simmer | work=Sapana Behl | accessdate=25 January 2016 | author=Sapana Behl}}</ref>
== বিশ্বব্যাপী প্ৰসিদ্ধি ==
মথুৰাৰ বাহিৰেও ভাৰতৰ অন্যান্য পৰ্যটন স্থানত মথুৰাৰ পেড়া, আগ্ৰাৰ পেঠা আৰু মানেৰৰ লাড্ডুৰ সমানে জনপ্ৰিয়।<ref name="maner">{{cite book | url=https://books.google.co.in/books?id=hdoyCwAAQBAJ&pg=PT219&dq=mathura+ke+pede&hl=en&sa=X&ved=0ahUKEwiyvN2O68LKAhXIco4KHeWcA4YQuwUIHjAA#v=onepage&q=mathura%20ke%20pede&f=false | title=India on my Platter | publisher=Om Books International | author=Saransh Goela | year=2015 | pages=Day 83 | isbn=9789383202041}}</ref>
ভাৰতীয় মিঠাইৰ ভিতৰত মথুৰাৰ পেড়ায়ে এক সুকীয়া স্থান দখল কৰি আছে।
[[File:Dharwad peda.jpg|260px|thumb|পেড়া]]
 
== এনড্ৰইদ নামাৰণ মতানৈক্য==
== লোকসাহিত্য==