নল গাহৰি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Removing "Pygmy_hog.jpg", it has been deleted from Commons by JuTa because: No source since 3 February 2016.
1 নং শাৰী:
 
{{Taxobox
| image =PorculaSalvaniaAdultWolf.jpg
Line 25 ⟶ 24:
নল গাহৰিয়ে জাক পাতি বিচৰণ কৰে এটা জাকত ৫টাৰ পৰা ১০টালৈকে প্ৰাপ্তবয়স্ক গাহৰি থাকে। সিহঁতে ডাঠ ঘাঁহনিৰ মাজত সহজতেই মিলি যোৱাকৈ ঘাঁহেৰেই বাহ সাজে । পোৱালি জগোৱাৰ আগে আগে গাভিনী গাহৰিয়ে জাকৰ পৰা নিলগত বেলেগকৈ বাহ সাজে । নল গাহৰিয়ে বছৰত এবাৰহে পোৱালি জগায়, ইহঁতৰ পোৱালি দিয়াৰ সময় হ'ল এপ্ৰিলৰ পৰা জুন মাহ । ইহঁতে এবাৰত ৪ বা ৫টাকৈ পোৱালি দিয়ে । জন্মৰ সময়ত পোৱালি এটা নিগনিৰ সমান ডাঙৰ আৰু ওজনত প্ৰায় ১৫০ গ্ৰাম মান হয়। নল গাহৰিয়ে হাবিত পোৱা বিভিন্ন শিপা, মূল, বনৰীয়া ফলৰ উপৰিও কেঁচু, উঁই, পৰুৱা, কণী আদি খায়।
==ষ্টেটাচ==
 
[[File:Pygmy hog.jpg|thumb|নল গাহৰি]]
আপুৰুগীয়া এই প্ৰানীবিধ দিনক দিনে হেৰুৱাবলৈ ধৰিছে ইহঁতৰ বাসস্থান । আনকি, ১৯৯০ চনলৈকে মানাহৰ বাহিৰেও [[বৰনদী অভয়াৰণ্য]]ত নল গাহৰি পোৱা গৈছিল, কিন্তু বৰ্তমান বৰনদীত নল গাহৰিৰ বিলুপ্ত হৈ গৈছে। নল গাহৰিয়ে বাস কৰি থকা ঘাঁহনিবোৰ দ্ৰতগতিত নোহোৱাহৈ আহিছে, অথবা ইমান বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে যে সেইবোৰ বাসৰ অনুপযোগী হৈছেহি, মানুহৰ ঘৰচীয়া জীৱ-জন্তু বিশেষকৈ গৰুবোৰেই ইয়াৰ বাবে প্ৰধানকৈ দায়ী । মানুহেই ওখ ঘাঁহনিবোৰ খেতিপথাৰ, চৰণীয়া পথাৰ অথবা গাঁওলৈ ৰূপান্তৰিত কৰিছে। ইয়াৰ উপৰিও অনিয়ন্ত্ৰিত ভাৱে ফাগুণ-চত মাহত ঘাঁহনিবোৰত লগোৱা জুইয়েও এই প্ৰাণীৰ বাবে জীয়াই থকাত ভাবুকিৰ সৃষ্টি কৰিছে।
 
"https://as.wikipedia.org/wiki/নল_গাহৰি"ৰ পৰা অনা হৈছে