প্ৰমথেশ চন্দ্ৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

img
Racconish (আলোচনা) সম্পাদিত 159031 সংশোধনটি বাতিল কৰক wrong film
19 নং শাৰী:
| awards =
}}
 
[[File:Devdas (1935).webm|thumb|thumbtime=27|upright=1.5|''Devdas'']]
'''প্ৰমথেশ চন্দ্ৰ বৰুৱা''' (২৪ অক্টোবৰ ১৯০৩- ২৯ নৱেম্বৰ ১৯৫১) আছিল [[ভাৰত]]ৰ প্ৰাক্‌-স্বাধীনতা যুগৰ এজন অভিনেতা, [[চলচ্চিত্ৰ]] পৰিচালক আৰু [[চিত্ৰনাট্য]] লেখক । [[অসম]]ৰ [[গৌৰীপুৰ]]ত জন্ম লাভ কৰা বৰুৱাই [[বাংলা]] আৰু [[হিন্দী]] চলচ্চিত্ৰ উদ্যোগত এজন আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা ৰূপে প্ৰতিষ্ঠিত হৈছিল । বৰুৱাই ''"অপৰাধী"'' ছবিখনত ব্যৱহাৰ কৰা "কৃত্ৰিম পোহৰ"ৰ কৌশল ভাৰতীয় ছবিৰ ক্ষেত্ৰত আছিল প্ৰথম । আনহাতে বৰুৱাৰ ''[[দেৱদাস (১৯৩৬ চলচ্চিত্ৰ)|দেৱদাস]]'' ছবিখনত ভাৰতৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে [[ফ্লাছবেক মন্তাজ]], [[টেলীপেথী শ্বট্‌]], আৰু [[চাবজেক্টতিভ কেমেৰা]]ৰ দৰে আধুনিক কৌশল ব্যৱহাৰ হৈছিল ।
<ref>{{cite web|url=http://www.calcuttaweb.com/cinema/pramatheshbarua.shtml|title=Calcuttaweb Cinema - Pramathesh Barua|publisher=www.calcuttaweb.com|accessdate=2008-10-23|last=|first=}}