সম্ৰাট অশোক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

The file Image:Chakravatin.JPG has been replaced by Image:Indian_relief_from_Amaravati,_Guntur._Preserved_in_Guimet_Museum.jpg by administrator commons:User:Ymblanter: ''File renamed: [[commons:COM:FR#reasons|File rena...
No edit summary
16 নং শাৰী:
|spouse 4 =[[তিশ্যাৰক্ষ]]
|children =মাহিন্দা, সংঘমিত্ৰা, তিৱালাল, কুনালাল, জালুকা
|dynasty = [[মৌৰ্য্যমৌৰ্য সাম্ৰাজ্য]]
|father = বিন্দুসাৰ
|mother = মহাৰাণী ধৰ্মা বা শুভদ্ৰাংগী
25 নং শাৰী:
|death_place = পাটলিপুত্ৰ, [[পাটনা]]
|date of burial =
|place of burial = অস্থিসমূহ [[গংগা নদী]]ত (সম্ভৱতঃ বাৰাণসীত) উটুৱাই দিয়া হয়
|place of burial = Ashes immersed in the [[Ganges]] River, possibly at [[Varanasi]]
|influenced by =
}}
 
'''অশোক মৌৰ্য্য'''(৩০৪-২৩২ খ্ৰীষ্টপুৰ্ব) এজন প্ৰাচীন ভাৰতৰ মৌৰ্য্য[[মৌৰ্য সাম্ৰাজ্যৰসাম্ৰাজ্য]]ৰ এজন শাসক আছিল। তেওঁক '''অশোক''' বা '''মহামতি অশোক''' হিচাপেও জনা যায়। ভাৰতৰ এজন অন্যতম শ্ৰেষ্ঠ শাসক হিচাপে প্ৰসিদ্ধ সম্ৰাট অশোকে ২৬৯-২৩২ খ্ৰীষ্টপূৰ্বলৈ প্ৰায় সমগ্ৰ ভাৰত উপমহাদেশতে শাসন কৰিছিল। তেওঁ সামৰিক শক্তিৰ দ্বাৰা সাম্ৰাজ্য বিস্তাৰৰ জৰিয়তে বৰ্তমানৰ ভাৰতবৰ্ষৰ প্ৰায়বোৰ ঠাই নিজৰ অধীনলৈ আনিছিল। তেওঁৰ সাম্ৰাজ্য প্ৰাচীন খোৰাচান, চিস্তান, বেলুচিস্তান ৰ পৰা আফগানিস্তানৰ হিন্দুকুশ পৰ্বতমালা হৈ পূবে বৰ্তমানৰ অসম আৰু বাংলাদেশলৈ বিস্তৃত আছিল, দক্ষিণে উত্তৰ কেৰেলা আৰু অন্ধ্ৰ প্ৰদেশলৈ আছিল। তক্ষশীলা, উজ্জয়িনী আৰু পাটলিপুত্ৰ নামৰ তেওঁৰ সাম্ৰাজ্যৰ তিনিখন ৰাজধানী আছিল।