অধিবৰ্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''অধিবৰ্ষ''' বা '''লিপ ইয়েৰ''' হৈছে [[পঞ্জিকা]]ৰ এটা অতিৰিক্ত [[দিন]] যি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আহে৷ [[জ্যোতিৰ্বিজ্ঞান]]ৰ মতে, জাৰকালি বা জহকালি যিয়েই নহওক এটা দিনত ২৪ ঘণ্টাই থাকে৷ সেইদৰে ৩৬৫ দিনত [[বছৰ|এবছৰ]] হয়৷ কিন্তু প্ৰকৃততে [[পৃথিৱী]]য়ে [[সূৰ্য]]ক সম্পূৰ্ণৰূপে এবাৰ প্ৰদক্ষিণ কৰিবলৈ ৩৬৫ [[দিন]] ৫ [[ঘণ্টা]] ৪৯ [[মিনিট]] ১২ [[ছেকেণ্ড]] [[সময়]] লাগে৷ গতিকে ৩৬৫ দিনীয়া এটা বছৰত ৫ ঘ্ণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড ৰাহি হৈ গৈ থাকে৷ এইদৰে চাৰিটা বছৰৰ মূৰত সম্পূৰ্ণ এটা দিন অতিৰিক্তভাৱে ওলাই আহে৷ গতিকে যিটো বছৰত এই অতিৰিক্ত দিনটো সংযোগ হয় তাক অধিবৰ্ষ বোলা হয়৷<ref>[http://ajirdainikbatori.com/index.htm] আজিৰ দৈনিক বাতৰি, সংগ্ৰহৰ সময়- ২৯ ফেব্ৰুৱাৰী ২০১২</ref>
 
==গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ==
"https://as.wikipedia.org/wiki/অধিবৰ্ষ"ৰ পৰা অনা হৈছে