বুৰঞ্জী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Merge|অসম বুৰঞ্জী}}
'''বুৰঞ্জী''' হৈছে ইতিহাসৰ একপ্ৰকাৰৰ কালক্ৰমিক লিখিত বিৱৰণ। [[অসম]]ৰ বুৰঞ্জীসমূহ প্ৰথমাৱস্থাত [[আহোম ভাষা]]ত লিখা হৈছিল আৰু এই ৰীতি ১৮৫৮ চনলৈকে অব্যাহত আছিল।<ref name="LILA">{{cite book | title=টাই সংস্কৃতিৰ ৰূপৰেখা | publisher=বনলতা | author=লীলা গগৈ | authorlink=আহোম যুগৰ সংস্কৃতি | year=১৯৯৪ | pages=৫৬ | isbn=81-7339-079-7}}</ref> পিছলৈ বুৰঞ্জী লিখোঁতে [[অসমীয়া ভাষা]]ই আহোম ভাষাৰ ঠাই লয়।<ref>Goswami, Golockchandra (1982), ''Structure of Assamese'', Page 11, Western Assamese dialect, the sole medium of all ancient Assamese literature including the buranjis written in the Ahom court</ref><ref>{{harv|Goswami|2007|p=436}}</ref>
 
"https://as.wikipedia.org/wiki/বুৰঞ্জী"ৰ পৰা অনা হৈছে