বঙালী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
117.242.96.67 (আলোচনা) সম্পাদিত 159439 সংশোধনটি বাতিল কৰক
49 নং শাৰী:
খ্ৰীষ্টীয় প্ৰথম সহশ্ৰাব্দৰ শেষৰ ফালে অহা [[মধ্য ভাৰতীয় আৰ্যভাষাসমূহ]]ৰ বিভিন্ন অপভ্ৰংশৰ পৰা আধুনিক ভাৰতীয় ভাষাসমূহৰ উদ্ভৱ ঘটে, সেইবোৰৰ মাজত বাংলা ভাষাটোৱো এটা <ref name="tb">{{Harv|Bhattacharya|2000}}</ref>। কোনো কোনো ভাষাবিদে তাৰো অনেক আগেয়ে, অৰ্থাত ৫০০ খ্ৰীষ্টাব্দৰ ফালে, বাংলা ভাষাৰ জন্ম হৈছিল বুলি মত পোষণ কৰে। <ref>{{Harv|Sen|1996}}</ref>
বাংলা ভাষাৰ ইতিহাসক সাধাৰণতে তিনি ভাগত বিভক্ত কৰা হয়:<ref name="tb">{{Harv|Bhattacharya|2000}}</ref>
# প্ৰাচীন বাংলা (৮০০/৯০০/১০০০ খ্ৰীষ্টাব্দ – ১৪০০ খ্ৰীষ্টাব্দ ) — লিখিত নিদৰ্শনৰ মাজত আছে ''[[চৰ্যাপদ]]'', ভক্তিমূলক গান; ''আমি'', ''তুমি'', ইত্যাদি সৰ্বনামৰ আবিৰ্ভাৱ; ক্ৰিয়াবিভক্তি -''ইলা'', -''ইবা'', ইত্যাদি। [[ওৰিয়া]] আৰু [[অসমীয়া ভাষা]]ত এই পৰব বাংলাৰ পৰা বেলেগ হৈ পৰে।
# মধ্য বাংলা (১৪০০–১৮০০ খ্ৰীষ্টাব্দ ) — এই সময়চোৱা গুৰুত্বপূৰ্ণ লিখিত নিদৰ্শন [[চণ্ডীদাস|চণ্ডীদাসৰ]] ''[[শ্ৰীকৃষ্ণকীৰ্তন]]''; শব্দৰ শেষত “অ” ধ্বনিৰ [[বিলোপ]]; যৌগিক ক্ৰিয়াৰ প্ৰচলন; ফাৰ্ছী ভাষাৰ প্ৰভাৱ। কোনো কোনো ভাষাবিদে এই যুগক আদি আৰু অন্ত এই দুই ভাগত ভাগ কৰে।
# আধুনিক বাংলা (১৮০০ খ্ৰীষ্টাব্দৰ পৰা) — ক্ৰিয়া আৰু সৰ্বনামৰ সংক্ষেপন (যেনে ''তাহাৰ'' → ''তাৰ''; ''কৰিয়াছিল'' → ''কৰেছিল'')।