উপনিষদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
 
==উপনিষদৰ সংখ্যা আৰু নাম:==
উপনিষদৰ প্ৰকৃত সংখ্যা নিৰূপণ কৰিব পৰা হোৱা নাই। তথাপিও ১০৮ খন উপনিষদৰ নাম উল্লেখ পোৱা যায়।
এইসমূহৰ ভিতৰত প্ৰধান ১০ খন উপনিষদ হ’ল:
# ঐতৰেয়, # ছান্দোগ্য # কেন # কঠ # তৈত্তিৰীয় # শ্বেতাশ্বতৰ # বৃহদাৰণ্যক # মুণ্ডক # মাণ্ডুক্য আৰু # প্ৰশ্ন ।
এই দহখনকে প্ৰধান, প্ৰাচীন আৰু প্ৰামাণ্য উপনিষদ বুলি জনা যায়। এই ১০ খন উপনিষদৰ লগতে কোনো কোনোৱে ঈশোপনিষদ আৰু কৌষাণ্ডুকিক অন্তৰ্ভূক্ত কৰি প্ৰধান উপনিষদৰ সংখ্যা ১২ খন বুলি কব বিচাৰে।
 
==উপনিষদৰ বৈচিত্ৰ==
"https://as.wikipedia.org/wiki/উপনিষদ"ৰ পৰা অনা হৈছে