সীতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[File:image = Sitas Exile by Raja Ravi Varma (1848 - 1906).jpg|thumb| সীতাৰ এখন তৈলচিত্ৰ]]
 
{{Infobox deity
| type = হিন্দু
| image = Sitas Exile by Raja Ravi Varma (1848 - 1906).jpg
| Image_size =
| Name = সীতা
| Devanagari = सीता
| Sanskrit_Transliteration = Sītā
| Affiliation = Avatar of [[Lakshmi]]
| Parents = [[Janaka|His Majesty King Janak]](adoptive father)<br>Sunayana(adoptive mother)
| Consort = [[ৰাম]]
| Texts = ''[[ৰামায়ণ]]''
}}
 
'''সীতা''' হিন্দু মহাকাব্য ৰামায়ণৰ কেন্দ্ৰীয় নাৰী চৰিত্ৰ আৰু মিথিলা ৰাজ্যৰ ৰজা জনকৰ পুত্ৰী। তেওঁৰ অন্য নাম বৈদেহী, জানকী, মৈথেলী, ভূমিজা। সীতাক হিন্দু ধৰ্মৰ ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ অৱতাৰ বুলি বিশ্বাস কৰা হয়। হিন্দুসকলৰ প্ৰধান পূজ্য দেৱতা বিষ্ণুৰ ৰাম অৱতাৰৰ সময়ত লক্ষ্মী দেৱীয়ে সীতা ৰূপে অৱতাৰ গ্ৰহণ কৰে আৰু ৰামৰ পত্নী হয়।
"https://as.wikipedia.org/wiki/সীতা"ৰ পৰা অনা হৈছে