প্ৰজাতি (জীৱবিদ্যা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ENANA
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
1 নং শাৰী:
c[[File:Biological classification assamese.png|thumb|জীৱজগতৰ বৰ্গীকৰণ তালিকা, '''প্ৰজাতি,''' [[গণ (জীৱবিদ্যা)|গণ]]ৰ পাছৰ এটা বৰ্গীয় স্থান ।]]
'''প্ৰজাতি''' ( [[ইংৰাজী]]: species, plural: species) হ'ল, [[জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন]]ৰ এটা ভিত্তি গোট আৰু প্ৰধান বৰ্গীয় স্থান । সাধাৰণতে, '''প্ৰজাতি''' শব্দই নিজৰ মাজতেই প্ৰজনন কৰিব পৰা আৰু প্ৰজনন ক্ষম সন্ততি জন্ম দিয়া এটা বৃহৎ গোটক বুজায় । '''প্ৰজাতি'''ৰ এই সংজ্ঞাটো প্ৰৰ্যাপ্ত যদিও, বহু ক্ষেত্ৰত '''ডি. এন. এ.'''ৰ সাদৃশ্য, দৈহিক গঠন, পৰিৱেশ সমন্ধীয় স্থান আদি বিভিন্ন পৰিভাষাৰ দ্বাৰা প্ৰজাতি এটা সংজ্ঞাবদ্ধ কৰা হয়, এনে ধৰণৰ জটিলতাবোৰকে প্ৰজাতিগত সমস্যা বুলি কোৱা হয় । স্থানীয় ভাবে আহৰণ কৰা বিভিন্ন বিশেষত্বৰ বাবে প্ৰজাতি এটাক উপপ্ৰজাতিৰ (উদ্ভিদবিদ্যাত প্ৰকাৰভেদ) দৰে গৌণ গোটতো ভাগ কৰা হয় ।