যজুৰ্বেদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
4 নং শাৰী:
#কৃষ্ণ যজুৰবেদ
#শুক্ল যজুৰবেদ
 
[[File:Yajna1.jpg|thumb|হিন্দু সকলৰ প্ৰধান ধৰ্মীয় জাগ-যজ্ঞত যজুৰ বেদৰ মন্ত্ৰ উচ্চাৰণেৰে অগ্নিত আহুতি প্ৰদান কৰা হয়]]
 
কৃষ্ণ যজুৰবেদ গদ্য আৰু কাব্য ৰীতিত ৰচিত তিনিখন গ্ৰন্থৰ সমষ্টি। ইয়াৰ অন্য নাম তৈত্তেৰীয় যজুৰবেদ। পণ্ডিতসকলৰ মতে এই বেদত ব্ৰাহ্মণ আৰু সংহিতাৰ শুচিতা ৰক্ষা কৰা হোৱা নাই। ব্ৰাহ্মণৰ অনেক অংশ সংহিতাত আৰু সংহিতাৰ কিছু অংশ ব্ৰাহ্মণত পোৱা যায়। এই মিশ্ৰণৰ বাবে ইয়াক কৃষ্ণ সংহিতা নাম ৰখা হৈছে।
"https://as.wikipedia.org/wiki/যজুৰ্বেদ"ৰ পৰা অনা হৈছে