মামী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: left|thumb|300px|Mummy in the British Museum '''মামী''' (ইংৰাজী:Mummy) হ’ব প্ৰাচীন [...
 
No edit summary
1 নং শাৰী:
[[File:Mummy at British Museum.jpg|left|thumb|300px|Mummyব্ৰিটিছ inসংগ্ৰহালয়ত theসংৰক্ষিত Britishএটা Museumমামী]]
 
'''মামী''' (ইংৰাজী:Mummy) হ’ব প্ৰাচীন [[ইজিপ্ত]]ৰ লোকসকলে বিশেষ পদ্ধতিৰে অক্ষত অৱস্থাত সংৰক্ষিত কৰি ৰখা [[মানুহ]] (বা আন [[জীৱ]]ৰ) মৃতদেহ। আজিৰপৰা ৫০০০ বছৰ আগেয়েই মিছৰীয় লোকসকলে নানা ৰাসায়নিক পদাৰ্থ মিহলাই মৃতদেহ সমূহ সংৰক্ষণ কৰি ৰখা কৌশলৰ বিষয়ে জানিছিল। সাধাৰণতে পুৰণি মিছৰৰ (এতিয়াৰ [[ইজিপ্ত]]ৰ) ৰাজপৰিয়ালৰ সদস্য বা তেনে কোনো সম্ভ্ৰান্ত পৰিয়ালৰ লোকসকলৰ মৃতদেহসমূহ মামী হিচাপে সংৰক্ষণ কৰি ৰখা হৈছিল।
"https://as.wikipedia.org/wiki/মামী"ৰ পৰা অনা হৈছে