মামী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[File:Mummy at British Museum.jpg|left|thumb|300px|ব্ৰিটিছ সংগ্ৰহালয়ত সংৰক্ষিত এটা মামী]]
 
'''মামী''' (ইংৰাজী:Mummy) হ’বহ'ল প্ৰাচীন [[ইজিপ্ত]]ৰ লোকসকলে বিশেষ পদ্ধতিৰে অক্ষত অৱস্থাত সংৰক্ষিত কৰি ৰখা [[মানুহ]] (বা আন [[জীৱ]]ৰ) মৃতদেহ। আজিৰপৰা ৫০০০ বছৰ আগেয়েই মিছৰীয় লোকসকলে নানা ৰাসায়নিক পদাৰ্থ মিহলাই মৃতদেহ সমূহ সংৰক্ষণ কৰি ৰখা কৌশলৰ বিষয়ে জানিছিল। সাধাৰণতে পুৰণি মিছৰৰ (এতিয়াৰ [[ইজিপ্ত]]ৰ) ৰাজপৰিয়ালৰ সদস্য বা তেনে কোনো সম্ভ্ৰান্ত পৰিয়ালৰ লোকসকলৰ মৃতদেহসমূহ মামী হিচাপে সংৰক্ষণ কৰি ৰখা হৈছিল।<ref name="Dunn">{{cite web| last = Dunn| first = Jimmy| title = An Overview of Mummification in Ancient Egypt| date = 22 August 2011| url = http://www.touregypt.net/featurestories/mummification.htm| accessdate = 9 November 2013}}</ref>
মিছৰবাসীসকলে বিশ্বাস কৰিছিল যে মৃত্যুৰ পাছত মৃতদেহৰ কোনো অনিষ্ট নহ'লে তেওঁ জীৱিত অৱস্থাত থকাৰ দৰে স্বৰ্গত বাস কৰিবলৈ পায়।<ref>শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড </ref>
==তথ্যসূত্ৰ:==
"https://as.wikipedia.org/wiki/মামী"ৰ পৰা অনা হৈছে