মালালা ইউছুফজাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
25 নং শাৰী:
| accessdate = ১২ অক্টোবৰ ২০১২
}}
'''মালালা ইউছুফজাই''' ({{lang-en|Malala Yousafzai}} জন্ম: ১২ জুলাই ১৯৯৭)<ref name="CBCuk"/>ক শিশু অধিকাৰৰ বাবে কাম কৰাৰ বাবে জনা যায়। তেওঁ [[পাকিস্তানৰপাকিস্তান]]ৰ [[:en:Khyber Pakhtunkhwa|সেবাৰ-পুসতুনসোৱা]] প্ৰান্তৰ [[স্বাত জিলা]]ত অৱস্থিত মিঙ্গ'ৰা চহৰৰ এগৰাকী ছাত্ৰী।<ref name = "bbc-diary">{{cite news|url=http://news.bbc.co.uk/2/hi/south_asia/7834402.stm|title=Diary of a Pakistani schoolgirl|publisher=BBC News|date=১৯ জানুৱাৰী ২০০৯}}</ref><ref>{{cite news|url=http://www.bbc.co.uk/news/world-asia-15879282|title=Pakistani girl, 13, praised for blog under Taliban|publisher=BBC News|date=২৪ নৱেম্বৰ ২০১১}}</ref> ১৩ বছৰ বয়সতে তেওঁ তাহৰিক-এ-তালিবান শাসনৰ অত্যাচাৰৰ বিষয়ে এটা ছদ্ম নাম লৈ "বিবিচি"ৰ বাবে ব্লগিঙৰ দ্বাৰা স্বাতৰ লোকৰ মাজত নায়িকা হৈ পৰে। অক্টোবৰ ২০১২ত মাত্ৰ ১৪ বছৰ বয়সত নিজৰ উদাৰবাদী প্ৰয়াসৰ কাৰণত তেওঁ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ চিকাৰ হয়, যাৰ দ্বাৰা তেওঁ গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয় আৰু আন্তঃৰাষ্ট্ৰীয় মিডিয়াত আকৰ্ষণ স্বৰূপ হৈ পৰে।
 
==তথ্য সংগ্ৰহ==