সিংহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
36 নং শাৰী:
}}
 
'''সিংহ''' [{{En|Lion|Panthera ''leo''}}, ''পেন্থেৰা লিঅ' ''] হৈছে পেন্থেৰা [[গণ (জীৱবিদ্যা)|গণ]]ৰ অন্তৰ্গত এবিধ [[স্তন্যপায়ী প্ৰাণী]]। ইহঁত ফেলেডি [[পৰিয়াল (জীৱবিদ্যা)|পৰিয়াল]]ৰ পাঁচ প্ৰকাৰৰ বৃহৎ [[মেকুৰীজাতীয় প্ৰাণী]]ৰ অন্যতম। [[আফ্ৰিকীয় সিংহ]] বুলিলে [[আফ্ৰিকা]]ৰ অৰণ্যত পোৱা কেইবা প্ৰকাৰৰ উপ-প্ৰজাতিক বুজায়। এটা পূৰ্ণবয়স্ক মতা সিংহৰ ওজন প্ৰায় {{Convert|250|kg}} পৰ্যন্ত হ'ব পাৰে,<ref name="nowak">{{Cite book |last=Nowak|first= Ronald M. |year=1999 |title=Walker's Mammals of the World |location=Baltimore |publisher=Johns Hopkins University Press |isbn=0-8018-5789-9}}</ref> ই [[বাঘ]]ৰ পিছতেই জীৱিত মেকুৰীজাতীয় প্ৰাণীৰ ভিতৰত দ্বিতীয় বৃহত্তম প্ৰাণী। বৰ্তমান আফ্ৰিকাৰ উপ-চাহাৰা অঞ্চল আৰু [[এচিয়া]]ত (বিলুপ্ত প্ৰায় অৱস্থাত [[ভাৰত]]ৰ [[গিৰ ৰাষ্ট্ৰীয় উদ্যান]]ত) বন্য সিংহ পোৱা যায়, বাকী উত্তৰ আফ্ৰিকা আৰু দক্ষিণ পশ্চিম এচিয়াৰ সিংহবোৰ ঐতিহাসিক সময়তেই বিলুপ্ত হৈ গল বুলি কোৱা হয়। প্ৰায় ১০ হেজাৰ বছৰ আগৰ প্লেষ্ট‌'চিন যুগলৈকে সিংহবোৰ [[মানুহ]]ৰ পাছতেই আটাইতকৈ বেচি বিস্তাৰিত ব়হৎ স্তন্যপায়ী স্থলচৰ প্ৰাণী। ইহঁতক আফ্ৰিকাৰ অধিকাংশ অঞ্চল, [[পশ্চিম ইউৰোপ]]ৰ পৰা ভাৰতলৈকে [[ইউৰেচিয়া]] আৰু ইউকোনৰ পৰা পেৰু পৰ্যন্ত [[আমেৰিকা]]ত দেখা পোৱা যায়। সিংহ একপ্ৰকাৰৰ [[বিপন্ন প্ৰজাতি|বিপন্ন প্ৰাণী]]।
 
অৰণ্যত, মতা সিংহ ক্তিয়াবা ১০ৰ পৰা ১৪ বছৰ পৰ্যন্ত জীৱাই থাকে, প্ৰভূত্ব বিস্তাৰৰ বাবে ইহঁতৰ নিজৰ মাজতে হোৱা দন্দবোৰত পোৱা আঘাতে ইহঁতৰ জীৱনকাল হ্ৰাস কৰে।<ref>{{Cite book |last=Smuts |first=G. L. |year=1982 |title=Lion|publisher=Macmillan South Africa |location=Johannesburg |page=231|isbn= 0-86954-122-6}}</ref> অন্যথা ইহঁত ২০ বছৰ পৰ্যন্ত জীৱাই থাকিব পাৰে। সিংহবোৰ সাধাৰণতে ছাভানা আৰু তৃণভূমিত বাস কৰে, যদিও ইহঁতক জোপোহা আৰু অনণ্য অঞ্চলতো পোৱা যায়। অন্য মেকুৰীজাতীয় জন্তুৰ তুলনাত সিংহবোৰ যথেষ্ট সামাজিক। সিংহৰ এটা জুমত সম্বন্ধীয় মাইকী, সিহঁতৰ সন্তান আৰু কেইটামান মতা সিংহ থাকে। মাইকী সিংহবোৰে লগলাগি, ডাঙৰ আকাৰৰ খুৰাষুক্ত স্তন্যপায়ীৰ চিকাৰ কৰে। সিংহবোৰ শীৰ্খস্থানৰ উপভোক্তা, যদিও ইহঁতক অপমাৰ্জক বুলিবও পাৰি। সাধাৰণতে সিংহই মানুহৰ চিকাৰ নকৰে, কিন্তু কেতিয়াবা কিছুমানে কৰে। ইহঁতে প্ৰধানকৈ দিনৰ ভাগত শুৱে, প্ৰাথমিকভাৱে ৰাতি সক্ৰিয় হয় (নিশাচৰ) আৰু কেতিয়াবা সন্ধাও চিকাৰ কৰে।<ref name="earthtouch">[http://web.archive.org/web/20120420172909/http://www.earth-touch.com/result.php?i=Lions-nocturnal-chorus Lions' nocturnal chorus]. Earth-touch.com. Retrieved on 31 July 2013.</ref><ref name="phxzoo">[http://web.archive.org/web/20120415054339/http://www.phoenixzoo.org/learn/animals/animal_detail.aspx?FACT_SHEET_ID=100001 African Lion ''Panthera leo'']. Phoenix Zoo Fact Sheet.</ref>
"https://as.wikipedia.org/wiki/সিংহ"ৰ পৰা অনা হৈছে