অক্ষয় তৃতীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''অক্ষয় তৃতীয়া''' (বা আখা তীজ) হিন্দু আৰু জৈনধৰ্মী লোকসকলে উদয...
 
No edit summary
1 নং শাৰী:
'''অক্ষয় তৃতীয়া''' (বা আখা তীজ) হিন্দু আৰু জৈনধৰ্মী লোকসকলে উদযাপন কৰা এক পবিত্ৰ ধৰ্মীয় তিথি। প্ৰতি বছৰৰ ব'হাগ মাহৰ শুক্লা তৃতীয়া তিথিত এই পবিত্ৰ ধৰ্মীয় উৎসৱ পালন কৰা হয়। হিন্দুধৰ্মী লোকসকলে বিশ্বাস কৰে যে এই দিনটোতে সত্য যুগৰ আৰম্ভণি হৈছিল। ভগৱান [[বিষ্ণু]]ৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল।