মাওলাইনং গাঁও: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
57 নং শাৰী:
}}
মাওলাইনং এখন সৰু  কিন্তু আটকধুনীয়া পাহাৰীয়া গাওঁ।<ref>[http://iay.nic.in/netiay/benf_lvl2.aspx?page=p&panchayat_code=2102008002&panchayat_name=Mawlynnong&state_code=21&state_name=MEGHALAYA&district_name=EAST%20KHASI%20HILLS&block_name=PYNURSLA,&fin_year=2010-2011&shortname=MG IAY Report for Financial year 2010-2011]</ref> [[ভাৰতবৰ্ষ]]ৰ [[মেঘালয়]] ৰাজ্যৰ পূৱ খাচী হিলচ ত অৱস্থিত এই গাৱঁৰ বৈশিষ্ট্য এয়ে যে, এইখন '''[[এচিয়া]] মহাদেশৰ ''সবাতোকৈ পৰিস্কাৰ'' গাওঁ'''।<ref>{{cite web|url=http://www.ndtv.com/india-news/asias-cleanest-village-is-in-meghalaya-702737|title=Asia's Cleanest Village is in Meghalaya}}</ref> খাচীয়া সম্প্ৰদায়ৰ এই গাওঁখনৰ সমাজ মাতৃপ্ৰধান।<ref>[http://www.washingtonpost.com/news/in-sight/wp/2015/04/17/kingdom-of-girls-women-hold-power-in-this-remote-indian-village/ Kingdom of girls: Women hold power in this remote Indian village]" '[[Washington Post]]''. April 17th 2015. Retrieved on June 6, 2015.</ref>
এই গাওঁখন পাইনুৰ্চলা সাম্প্ৰদায়িক বিকাশ কেন্দ্ৰ আৰু  পাইনুৰ্চলা বিধান সভাৰ অন্তৰ্গত।<ref>[http://ceomeghalaya.nic.in/erolls/27-pynursla.htm Electoral roll of Pynurla (ST) constituency], Election Department, Government of Meghalaya.</ref>
 
==ভৌগোলিক স্থিতি ==
77 নং শাৰী:
==পৰ্যটন কেন্দ্ৰ==
প্ৰকৃতিয়ে গাওঁ খনক পৰ্যটনৰো সুবিধা কৰি দিছে। ইয়াৰে দাতিকাষৰীয়া ৰিৱাই অঞ্চলত লিভিং ৰুট ব্ৰিডজ(living root bridge)আছে ,যি, প্ৰাকৃতিক শৈলীৰ গছৰ শিপাৰ দলং। ইয়াত ৮৫ ফুট ওখ বাহৰ চাং আছে য'ৰ পৰা [[বাংলাদেশ]]ৰ সমভূমি দৃষ্টিগোচৰ হয় (sky view point)। এনেধৰণৰ পৰ্যটন স্থলীবোৰে ক্ৰমশঃ গাওঁখনৰ গুৰুত্বতা বৃদ্ধি কৰিছে ।
==তথ্য সংগ্ৰহ==
 
{{Reflist}}
[[শ্ৰেণী:মেঘালয়ৰ পৰ্যটনস্থলী]]