প্ৰস্তৰ যুগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Stone Age|260}}
[[File:Ggantija Temples (1).jpg|thumb|260px|[[Ġgantija]] temples in [[Gozo]], Malta. Some of the world's oldest free-standing structures.]]
[[File:Awashrivermap.png|thumb|260px|ইথিয়’পিয়াৰ আৱাছ নদীত প্ৰস্তৰ যুগৰ প্ৰাচীনতম সঁজুলি আৱিষ্কৃত হৈছে]]
 
'''প্ৰস্তৰ যুগ''' {{En|Stone Age}}হৈছে [[প্ৰাক-ইতিহাস|প্ৰাক ঐতিহাসিক]] কালৰ তিনিটা প্ৰধান পুৰাতাত্ত্বিক ভাগৰ (প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ) প্ৰথমটো ভাগ য’ত ধাৰ থকা, জোঙা অথবা মিহি পৃষ্ঠৰ যাৱতীয় সামগ্ৰী সাজিবলৈ প্ৰস্তৰ অৰ্থাৎ শিলৰ ব্যৱহাৰ কৰা হৈছিল। এই কালছোৱাৰ দৈৰ্ঘ্য প্ৰায় ৩০ লাখ ৪০ হাজাৰ বছৰ জোৰা আছিল আৰু ধাতুৰ আৱিষ্কাৰৰ ফলত ৬০০০-২০০০ খ্ৰী:পূ:ৰ মাজৰ সময়ছোৱাত ইয়াৰ অন্ত পৰিছিল।<ref name="nhm.ac.uk">http://www.nhm.ac.uk/about-us/news/2010/august/oldest-tool-use-and-meat-eating-revealed75831.html</ref> প্ৰস্তৰ যুগত নিৰ্মিত সামগ্ৰীসমূহৰ ভিতৰত আধুনিক মানৱ আৰু মানুহৰ পূৰ্বজ হ’ম’ গোষ্ঠীৰ লগতে সমসাময়িক গোষ্ঠী অষ্ট্ৰেল’পিথিকাছ ({{En|Australopithecus}}) আৰু পেৰানথ্ৰ’পাছে ({{En|Paranthropus}}) ব্যৱহাৰ কৰা সঁজুলিসমূহ উল্লেখযোগ্য। প্ৰস্তৰ যুগত হাঁড়েৰে নিৰ্মিত সঁজুলিও ব্যৱহাৰ কৰা হৈছিল যদিও ইয়াৰ পুৰাতাত্ত্বিক সংৰক্ষণ চিহ্ন অতিশয় বিৰল। ব্যৱহৃত শিলৰ সঁজুলিৰ প্ৰকাৰ অনুসৰি প্ৰস্তৰ যুগক পুনৰ ভাগ কৰা হৈছে।