বিজ্ঞানৰ দৰ্শন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

55 নং শাৰী:
=== প্ৰাক-আধুনিক ===
বিজ্ঞানৰ দৰ্শনৰ গুৰি প্লেট' আৰু এৰিষ্ট'টল।<ref>[[এৰিষ্ট'টল|Aristotle]], "Prior Analytics", Hugh Tredennick (trans.), pp. 181–531 in ''Aristotle, Volume&nbsp;1'', Loeb Classical Library, William Heinemann, London, UK, 1938.
</ref> তেওঁলোকে আনুমানিক আৰু নিশ্ভিত যুক্তিৰ পাৰ্থক্য, এব্ডাক্টিভ, ন্যায়িক আৰু অধিষ্ঠাপনামূলক অনুমানৰ তিনিতৰপীয়া নীতি, আৰু সাদৃশ্যৰ যুক্তি অধ্যয়ন কৰিছিল। ১১ শতিকাৰ আৰবৰ বহুবিদ্যাজ্ঞ ইব্ন অল-হয়থামে (লেটিন ভাষাত আলহাজেন) নিজৰ আলোকবিজ্ঞান বিষয়ক <font style="background-color: rgb(254, 252, 224);">গৱেষণাত নিয়ন্ত্ৰিত গৱেষণামূলক পৰীক্ষণ আৰু ব্যৱহাৰ্য জ্যামিতি ব্যৱহাৰ কৰিছিল, বিশেষকৈ তেওঁ কৰা পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণেৰে গঠিত ছবিৰ অধ্যয়ন কৰোতে। াল-হয়থামেৰে বাৰুকৈ প্ৰভাৱিত ইংৰাজ চিন্তাবিদ আৰু গৱেষণাকাৰী ৰজাৰ বেকনক (1214-1294) আধুনিক বৈজ্ঞানিক পদ্ধতিৰ জনক বুলি অনেকে অভিহিত কৰে।<ref>{{সাঁচ:Cite book|last1=Lindberg|first1=David C.|title=Science in the Middle Ages|date=1980|publisher=University of Chicago Press|isbn=978-0-226-48233-0|pages=350–351|url=https://books.google.com/books?id=lOCriv4rSCUC&pg=PA351&lpg=PA351&dq=alhazen+philosophy+of+science&source=bl&ots=0tZn241MNv&sig=oWjO29_lAhr_1tsNqwcxdU-EflY&hl=en&sa=X&ved=0CD4Q6AEwBGoVChMIhs7SqKboyAIVCkQmCh0IaQGX#v=onepage&q=alhazen%20philosophy%20of%20science&f=false}}</ref> তেওঁৰ ধাৰণা যে প্ৰাকৃতিক দৰ্শনত গণিত অপৰিহাৰ্য-- তেওঁৰ সময়ৰপৰা অন্ততঃ ৪০০ বছৰ পাছৰ ধাৰণা বুলি গণ্য কৰা হৈছিল।</font>
 
=== আধুনিক ===