বিজ্ঞানৰ দৰ্শন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

62 নং শাৰী:
 
=== যৌক্তিক দৃষ্টবাদ ===
বাদ্যবাদ ২০ শতিকাৰ ভৌতিক বিজ্ঞানীসমূহৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। তাৰ পাছতেই যৌক্তিক দৃষ্টবাদে কেইবা দশকলৈকে মৈদানখন সংজ্ঞায়িত কৰিলে। যৌক্তিক দৃষ্টবাদে কেৱল পৰীক্ষণযোগ্য বিবৃতিসমূহকহে অৰ্থপূৰ্ণ বুলি গণ্য কৰে, আধিবিদ্যক ব্যাখ্যাসমূহক নাকচ কৰে, আৰু প্ৰতিপাদনবাদক সমৰ্থন কৰে (প্ৰতিপাদনবাদে যুক্তিবাদ, পৰীক্ষণবাদ, আৰু ভাষাবিদ্যাক এক কৰে দৰ্শনক পৰীক্ষণ সম্বন্ধীয় বিজ্ঞানসমূহৰপৰা লাভ কৰা ফলাফলৰ সৈতে সুসংগত <font style="background-color: rgb(254, 252, 224);">কৰিবলৈ। সমগ্ৰ দৰ্শনক বৈজ্ঞানিক দৰ্শনলৈ পৰিবৰ্তিত কৰিবলৈ বাৰ্লিন চাৰ্কাল আৰু ভিয়েনা চাৰ্কালে ১৯২০ৰ দশকত যৌক্তিক দৃষ্টবাদ প্ৰস্তাৱিত কৰিছিল।</font>
 
লুগৱিগ ৱিটজেনষ্টাইনৰ পূৰ্বৰ ভাষাৰ দৰ্শনক ব্যাখ্যা কৰি যৌক্তিক দৃষ্টবাদীসকলে এক নিৰীক্ষণযোগ্যাতাৰ নীতি আগবঢ়াইছে, জ্ঞানীয় অৰ্থপূৰ্ণতআৰ। তেওঁলোকে ৰুচেলৰ যৌক্তিক পৰমাণুবাদ, আৰ্ণষ্ট মেকৰ গটনাবাদ-- মনে কেৱল প্ৰকৃত বা সাম্ভাৱ্য ইন্দ্ৰীয়সম্বন্ধীয় অভিজ্ঞতাহে কানে, যি সকলো বিজ্ঞানৰ সমল, সেয়া ভৌতিক বিজ্ঞানেই হওক বা মনোবিজ্ঞানেই হওক, আৰুপাৰ্চি ব্ৰিড্জমেনৰ পৰিচালনবাদক সমৰ্থন জনায়। অৰ্থাৎ, কেৱল নিৰীক্ষণযোগ্যহে বৈজ্ঞানিক আৰু জ্ঞানীয় অৰ্থপূৰ্ণ, আন হাতে অনিৰীক্ষণীয় অবৈজ্ঞানিক আৰু অৰ্থহীন, অথবা, দাৰ্শনিকসকলে পুনৰ বিবেচনা কৰাৰ যোগ্য নহয়, যি দাৰ্শনিকৰ নতুন কাম নতুন জ্ঞান সৃষ্টি কৰা নহয়, জ্ঞান ব্যৱস্থিত কৰাহে হৈ পৰিল।