বিজ্ঞানৰ দৰ্শন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান আৰু ফৰ্মেটিং
101 নং শাৰী:
 
পিচে, কুৱাইনৰ দৰে কোনো কোনোৱে বিশ্বাস কৰে যে বাস্তৱতা এক সামাজিক নিৰ্মাণ:<blockquote style="min-height: 290px;">
ভৌতিক বস্তুসমূহ ধাৰণাত্মকভাৱে পৰিস্থিতিটোলৈ অনা হয় সুবিধাজনক মধ্যস্থকাৰীৰ ৰূপত, অভিজ্ঞতাৰ চৰ্তৰ সংজ্ঞাৰ ৰূপত নহয়, পিচে সাধাৰণভাৱে অলঘুকৰণীয় যথাস্থানত ৰখাৰ ৰূপত, তুল্য, জ্ঞানতাত্ত্বিকভাৱে, হ'মাৰৰ দেৱতাসমূহৰ দৰে ... পিচে মোৰ ভাগত মই, যোগ্যতাৰ ৰূপত ৰখা ভৌতিক বিজ্ঞানীয়ে, ভৌতিক বস্তুসমূহত বিশ্বাস ৰাখো আৰু হ'মাৰৰ দেৱতাসকলত নাৰাখো; আৰু মই তেনেকৈ বিশ্বাস নকৰাক এক বৈজ্ঞানিক ত্ৰুতি গণ্য কৰো। </blockquote><blockquote style="min-height: 290px;">
 
এনে ধৰণৰ চিন্তাধাৰাৰ বিৰুদ্ধে যি ৰাজহুৱা প্ৰতিক্ৰিয়া হৈছিল, বিশেষকৈ ১৯৯০ৰ দশকত, তাকেই বিজ্ঞান যুদ্ধ বোলা হয়।</blockquote><blockquote style="min-height: 290px;">
শেহতীয়া দশকসমূহৰ বৃহৎ বিকাশ হৈছে ডেভিড ব্লুৰ, হেৰী কলিন্স, ব্ৰুণ' লাটৌৰ আৰু আন্সেল্ম ষ্ট্ৰছৰ দৰে নৃবেজ্ঞানী আৰু সমাজবিদসকলে বৈজ্ঞানিক সম্প্ৰদায়সমূহৰ গঠন, সংৰচনা, আৰু ক্ৰমবিকাশৰ অধ্যয়ন। জ্ঞানৰ সৃষ্টিত বৈজ্ঞানিক সম্পৰদায়সমূহৰ দক্ষতা বুজিবলৈ অৰ্থনীতিৰ ধাৰণা আৰু প্ৰণালী, যেনে যুক্তিসংগত বিকল্প, সামাজিক বিকল্প বা খেল সূত্ৰ আদিকো ব্যৱহাৰ কৰা হৈছে। এই আন্তঃশৃংখলীয় ক্ষেত্ৰক বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়ন বোলা হয়।<ref>Woodhouse, Edward. </ref> ইয়াত বিজ্ঞানৰ দৰ্শনৰ অভিগমন হ'ল বৈজ্ঞানিক সম্প্ৰদায়সমূহ প্ৰকৃততে কেনেকৈ পৰিচালিত হয় তাৰ বিষয়ে অধ্যয়ন কৰা।</blockquote>
 
=== মহাদেশীয় দৰ্শন (১৯-২০ শতিকাৰ ইউৰোপীয়) ===