বিজ্ঞানৰ দৰ্শন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
IKHazarika (আলোচনা | বৰঙণি) |
IKHazarika (আলোচনা | বৰঙণি) |
||
122 নং শাৰী:
== বিশেষ বিজ্ঞানসমূহৰ দৰ্শন ==
</br></br>
''দৰ্শন-মুক্ত বিজ্ঞানৰ দৰে কোনো বস্তুৱেই নাই; মাথো এনে বিজ্ঞান আছে যাৰ দাৰ্শনিক টোপোলাক পৰীক্ষা নকৰাকৈ ব'ৰ্ডত লোৱা হয়।''<ref>ডেনেট ডেনিয়েল (1995) ডাৰ্ৱিন্স ডেঞ্জাৰেচ আইডিয়া: ইভ'লিউচন এণ্ড দ্য মিনিং অৱ লাইফ, চাইমন এণ্ড চাষ্টাৰ পৃ ২১, <nowiki>ISBN 978-1-4931-2629-5</nowiki>।</ref> </br>-- ডেনিয়েল ডেনট, ''ডাৰ্ৱিন্স ডেঞ্জাৰেচ আইডিয়া''</br></br>
বিজ্ঞান সম্বন্ধীয় সাধাৰণ প্ৰশ্নসমূহ অধ্যয়ন কৰাৰ উপৰিয়ো বিজ্ঞানৰ দৰ্শনে বিশেষ বিজ্ঞানৰ বিষয়েও প্ৰশ্ন কৰে। বহু দাৰ্শনিক এনে কৰ্মত নিয়োজিত। তেওঁলোকে বিশেষ বিজ্ঞানসমূহৰ প্ৰতিষ্ঠামূলক প্ৰশ্ন শোধাৰ উপৰিয়ো তেনে বিজ্ঞানৰ উদাহৰণসমূহক বহলতৰ দাৰ্শনিক প্ৰশ্নৰ সমাধানৰ বাবে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। একবিংশ শতিকাত বিশেষ বিজ্ঞান বিষয়ক দাৰ্শনিক অভ্যাসকাৰীৰ সংখ্যা বৃদ্ধি পাইছে।
|